উত্তৰ অভয়াপুৰী,২৩ এপ্ৰিলঃ ৰাজ্যৰ চাৰিটা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । কিন্তু উত্তৰ অভয়াপুৰীৰ ৪টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ই.ভি.এম মেচিন বিকল হৈ পৰাত ভোটগ্ৰহণ প্ৰক্ৰিয়াত পলম হয়। উত্তৰ অভয়াপুৰীৰ ৩নং বাশবাৰী এল পি স্কুলৰ ৯০ নং ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে কীৰ্ত্তনপাৰা এম.ভি.বিদ্যালয়ৰ ১৫৩ নং কেন্দ্ৰ আৰু জপেয়া মইনাপাৰাৰ এম.ভি.বিদ্যালয়ৰ ১১৮ নং ভোটগ্ৰহণ কেন্দ্ৰত ই.ভি.এম.মেচিন বিকল হৈ পৰাত পুৱা ৮বজালৈকে আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখিব লগা হয়।
উত্তৰ অভয়াপুৰীত বিকল ই.ভি.এম - তৃতীয় পৰ্যায়ৰ নিৰ্বাচন
উত্তৰ অভয়াপুৰীত ৪টাকৈ ই.ভি.এম মেচিন বিকল হৈ পৰাত পুৱা ৮ বজালৈ আৰম্ভ নহ'ল ভোটগ্ৰহণ প্ৰক্ৰিয়া
উত্তৰ অভয়াপুৰীত বিকল ই.ভি.এম
উত্তৰ অভয়াপুৰী,২৩ এপ্ৰিলঃ ৰাজ্যৰ চাৰিটা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । কিন্তু উত্তৰ অভয়াপুৰীৰ ৪টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ই.ভি.এম মেচিন বিকল হৈ পৰাত ভোটগ্ৰহণ প্ৰক্ৰিয়াত পলম হয়। উত্তৰ অভয়াপুৰীৰ ৩নং বাশবাৰী এল পি স্কুলৰ ৯০ নং ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে কীৰ্ত্তনপাৰা এম.ভি.বিদ্যালয়ৰ ১৫৩ নং কেন্দ্ৰ আৰু জপেয়া মইনাপাৰাৰ এম.ভি.বিদ্যালয়ৰ ১১৮ নং ভোটগ্ৰহণ কেন্দ্ৰত ই.ভি.এম.মেচিন বিকল হৈ পৰাত পুৱা ৮বজালৈকে আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰাখিব লগা হয়।
Intro:উত্তৰ অভয়াপুৰীৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল ।৮ বজালৈকে আৰম্ভ হোৱা নাই ভোট গ্ৰহণৰ কাম ।পুৱা ৬য় বজাৰ পৰাই ভোটাৰৰ দীঘলীয়া শাৰী। Body:উত্তৰ অভয়াপুৰীৰ ৪টাকৈ ভোট কেন্দ্ৰত ইভিএম বিকল। ৩নং বাশবাৰী এল পি স্কুলৰ ৯০ নং ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল।৮বজালৈ আৰম্ভ হোৱা নাই ভোট গ্ৰহণৰ কাম।
কীৰ্ত্তন পাৰা এম ভি স্কুলৰ ১৫৩ নং কেন্দ্ৰত ইভিএম বিকল।
জপেয়া মইন্যা পাৰাত এম ভি স্কুলৰ ১১৮ নং ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল ।
১৪৮ নং বৰবিলা ভোট কেন্দ্ৰত (বাঁওফাল) ইভিএম বিকল। ৮বজালৈ আৰম্ভ হোৱা নাই ভোট গ্ৰহন।Conclusion:৪টাকৈ ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল ।বিষয়া আৰু ৰাইজৰ মন্তব্য।