গুৱাহাটী, 17 এপ্ৰিলঃ ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে শিল্পী তৰালী শৰ্মা, চেতনা দাস আৰু মম্মথ বৰুৱাই । লগতে বিহু নাচিবলৈ সময় অথবা প্ৰশিক্ষণ নালাগে মন গ'লেই নাচিব পাৰে বুলি উল্লেখ কৰে অভিনেত্ৰী চেতনা দাসে ।
বিহু নাচিবলৈ সময় অথবা প্ৰশিক্ষণ নালাগে মন গ'লেই নাচিব পাৰিঃ চেতনা দাস - মম্মথ বৰুৱা
অসমবাসী ৰাইজক জনপ্ৰিয় শিল্পীৰ ৰঙালী বিহুৰ শুভেচ্ছা ৷ ইটিভি ভাৰতৰ জৰিয়তে জনপ্ৰিয় কন্ঠশিল্পী তৰালী শৰ্মাৰ লগতে মম্মথ বৰুৱা আৰু চেতনা দাসে ৰঙালী বিহুৰ শুভেচ্ছা জনায় অসমবাসী ৰাইজক
অসমবাসী ৰাইজক জনপ্ৰিয় শিল্পীৰ ৰঙালী বিহুৰ শুভেচ্ছা
গুৱাহাটী, 17 এপ্ৰিলঃ ৰাজ্যবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জনালে শিল্পী তৰালী শৰ্মা, চেতনা দাস আৰু মম্মথ বৰুৱাই । লগতে বিহু নাচিবলৈ সময় অথবা প্ৰশিক্ষণ নালাগে মন গ'লেই নাচিব পাৰে বুলি উল্লেখ কৰে অভিনেত্ৰী চেতনা দাসে ।
Intro:ৰঙালী বিহুৰ শুভেচ্ছা জনালে তৰালী শৰ্মা চেতনা দাস আৰু মম্মথ বৰুৱাই।
Body:চেতনা দাস বাইদেউক নাচিবলৈ সময় অথবা প্ৰশিক্ষণ নালাগে মন গলেই তেওঁ নাচিব পাৰে। নাচিবৰ বাবে কোনো প্ৰশিক্ষণৰ প্ৰয়োজন নাই তেওঁৰ। লগতে মম্মথ বৰুৱাই বিহুৰ উলগ জনাই অসম বাসী ৰাইজক শান্তি সমবৃদ্ধিৰ বাবে।
Conclusion: