ETV Bharat / briefs

বটদ্ৰৱাত মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন - বিধায়িকা আঙুৰলতা ডেকা

বটদ্ৰৱাত মহাপুৰুষ মাধৱদেৱৰ 530 সংখ্যক জন্ম জয়ন্তী উদযাপন, জন্ম জয়ন্তী উপলক্ষে বটদ্রৱা থানত উপস্থিত হৈ আৰ্শীষ লয় বিধায়িকা আঙুৰলতা ডেকাই

বটদ্ৰৱাত মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন
author img

By

Published : May 19, 2019, 4:20 PM IST

বটদ্ৰৱা,19 মে' : বটদ্ৰৱাত মহাপুৰুষ মাধৱদেৱৰ 530 সংখ্যক জন্ম জয়ন্তী উদযাপন । শ-শ ভক্তৰে উদুলি-মুদুলি বটদ্ৰৱা থান ।

বটদ্ৰৱাত মাধৱদেৱৰ জন্ম জয়ন্তী উদযাপন

জাতীয় সাজ পৰিধান কৰি শ শ ভকত বৈষ্ণৱ আহি বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, পদশিলা, দৌল মন্দিৰত এভাগ তেল বন্তি সেৱাৰ নৈবেদ্য আগবঢ়াই আশীষ নিৰ্মালী গ্ৰহণ কৰে ৷ ইফালে এই পৱিত্ৰ দিনটোত বটদ্রৱা থানত উপস্থিত হৈ আৰ্শীষ লয় বিধায়িকা আঙুৰলতা ডেকাৰ লগতে বটদ্ৰৱাত পলিথিন নিসিদ্ধ কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন কৰা উল্লেখনীয় পদক্ষেপক প্ৰশংসা কৰে বিধায়িকা গৰাকীয়ে ৷

Intro:মহাপুৰুষ মাধৱদেৱৰ ৫৩০ সংখ্যক জন্ম জয়ন্তী বটদ্ৰৱাত উৎযাপন । বিধায়িকা আঙুৰলতা ডেকাৰ অংশগ্ৰহণ । শ শ ভক্তৰে উদুলি-মুদুলি বটদ্রৱা থান । Body:মহাপুৰুশ শ্রী শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্রৱাত আজি পবিত্র মাধৱদেৱৰ ৫৩০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে হৰি নামৰ অমৃতসৰ নিজৰা বোৱাই পুৱাৰে পৰা বটদ্রৱা থানত হাজাৰ হাজাৰ ভকত বৈষ্ণৱৰ সমাগমে দৃতীয় বৈকুণ্ঠ পুৰিলৈ পৰিণত হয় । জাতীয় সাজ পৰিধান কৰি শ শ ভকত বৈষ্ণৱ আহি বটদ্রৱা থানৰ কীৰ্তনঘৰ, পদশিলা, দৌল মন্দিৰত এভাগ তেল বন্তি সেৱাৰ নৈবেদ্য আগবঢ়াই আশীষ নিৰ্মালী গ্রহণ কৰে।ইফালে এই পবিত্র দিনটোত বটদ্রৱা থানত উপস্থিত হৈ আৰ্শীষ ললে বিধায়িকা আঙুৰলতা ডেকাই । লগতে বটদ্ৰৱাত পলিথিন নিসিদ্ধ কৰা প্ৰয়াসেৰে কাপোৰৰ মোনা প্ৰচলন কৰা উল্লেখনীয় পদক্ষেপক বিধায়িকা গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে ।_____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.