ETV Bharat / briefs

বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ কৰা বাহন - মুক্তাপুৰ

বাইহাটা আৰক্ষীয়ে ৮ ঘণ্টাৰ ভিতৰতে অপহৰণ হোৱা বলেৰ' পিকআপ ভেন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বাহনখন বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মুক্তাপুৰত এটা পুখুৰীৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে

বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ হোৱা বাহন
author img

By

Published : May 22, 2019, 2:54 PM IST

কামৰূপ,২২মে': কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা। ৮ ঘণ্টাৰ ভিতৰতে অপহৰণ কৰা বলেৰ' পিকআপ ভেন উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষীয়ে ।

বাইহাটা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপৰহণ হোৱা বাহন

উল্লেখ্য যে, কোনো দুৰ্বৃত্তই গুৱাহাটীৰ পৰা ধেমাজীৰ চিলাপথাৰলৈ এয়াৰটেল টাৱাৰৰ সামগ্ৰী কঢ়িয়াই নিয়া এখন বলেৰ' পিকআপ ভেন বলপূৰ্বকভাৱে ডকাইতি কৰিছিল ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা। ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডমুনিচকীত দলঙৰ পৰা দুৰ্বৃত্তৰ এটা দলে পিকআপ ভেন খনক ভেটি ধৰি চালক আৰু হেন্দিমেনক ভয় দেখুৱাই পিক আপ ভেনখনত উঠাই লৈ যায় আৰু তাৰপিচতে আদবাটতে বাহনৰ পৰা চালক আৰু হেণ্ডিমেনক নমাই দিয়ে। ইফালে, এই ঘটনাৰ পাছতে চালক আৰু হেণ্ডিমেনজনে বাইহাটা চাৰিআলি থানাত খবৰ দিয়ে। বাইহাটা আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি ৮ঘন্টাৰ ভিতৰতে অপহণকাৰীয়ে পেলাই থৈ যোৱা এয়াৰটেল টাৱাৰৰ সামগ্ৰীসমূহ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী মুক্তাপুৰত এটা পুখুৰীৰ পৰা পৰিত্যক্ত অৱস্থাৰ পৰা উদ্ধৰ কৰে । আনহাতে,অপহৰণ হোৱা পিকআপ ভেনখনত জি.পি.এছ থকাৰ বাবে বাইহাটা চাৰিআলিৰ আৰক্ষীয়ে ৰঙিয়াৰ পৰা বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাহনখনত থকা থকা প্ৰায় ৩০ লাখ টকাৰ সামগ্ৰীৰ লগতে গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুৰ্বৃত্তকেইজনক বৰ্তমানেও কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।

Intro:Baihata Hijek Van Recover

V/O:---কামৰূপ আৰক্ষীৰ বৃহৎ সফলতা । অপহৰন কৰা বলেৰো পিকআপ ভেন এখন ৮ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ বাইহাটা চাৰিআলি আৰক্ষীৰ । উল্লেখ্য যে গুৱাহাটীৰ পৰাা ধেমাজীৰ চিলাপথাৰলৈ এয়াটেল টাৱাৰৰ সামগ্ৰী কঢ়িয়াই নিয়া বলেৰো পিকআপ ভেন খন দুৰ্বৃত্তই হাইজেক কৰিছিল ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডমুনিচৌকীত দলঙৰ ওপৰত দুৰ্বৃত্তৰ দলটোৱে পিকআপ ভেন খনক ভেটি ধৰি চালক আৰু হেন্দিমেন দুয়োকে নমাই আনি দুৰ্বৃত্তৰ দলটোৰ গাড়ীত উঠাই লয় । আনফালে দুৰ্বৃত্ত কেইজন মানে পিক ভেন খন লৈ যায় । কিছুদূৰ যোৱাৰ পিচত চাালক হেন্দিমেন দুয়োজনকে মাৰধৰ কৰি গাড়ী পৰা নমাই থৈ যায় । তাৰ পিচত দুয়োজনে আহি বাইহাটা চাৰিআলি থানাত খবৰ দিয়ে । বাইহাটা আৰক্ষীয়ে খৰটকীয়াকৈ ঘটণাৰ তদন্তত লাগি পৰে । যাৰ ফলস্বৰূপে অপহৰনকাৰি পেলাই থৈ যোৱা এয়াৰটেল টাৱাৰৰ সামগ্ৰী সমূহ বাইহাটা চাৰিআলিৰ সমীপবৰ্তী মুক্তাাপুৰত এটা পুখুৰীৰ পৰা পৰিত্যক্ত অৱস্থাত উদ্ধৰ কৰে । অপহৰন হোৱা পিকআপ ভেন খনত জি পি এছ লগোৱা আছিল । জি পি এছ ৰ জৰিয়তে গাড়ী খনৰ অৱস্থান ৰঙিয়াত থকাৰ উমান পায় বাইহাটা চাৰিআলিৰ আৰক্ষীয়ে ৰঙিয়াৰ পৰা গাড়ী খন উদ্ধাৰ কৰে । আৰক্ষীৰ খৰটকীয়া তদন্তত গাড়ী খনত থকা প্ৰায় ৩০ লাখ টকাৰ সামগ্ৰীৰ লগতে গাড়ী খন উদ্ধাৰ কৰে যদিও দুৰ্বৃত্ত কেইটা পলায় যায় ।

বাইট:------
বাইট:------
Body:.Conclusion:.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.