ETV Bharat / briefs

বৰ্ণ বিৰোধী প্ৰতিবাদত সৰৱ অক্সফ'ৰ্ডৰ অ'ৰিয়েল কলেজৰ ছাত্ৰ সমাজ

author img

By

Published : Jun 10, 2020, 3:00 PM IST

অধিকাংশ যুৱ ছাত্ৰৰ দলে লণ্ডনৰ অ'ৰিয়েল কলেজৰ বাহিৰত মঙলবাৰে ভিক্টোৰিয়া চেচিল ৰোডছৰ প্ৰতিমূৰ্তিৰ সমীপত 'take it down' শীৰ্ষক বৰ্ণ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ।

বৰ্ণ বিৰোধী প্ৰতিবাদত সৰৱ অক্সফ'ৰ্ডৰ অ'ৰিয়েল কলেজৰ ছাত্ৰসমাজ

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জুন: বিগত কেইবাদিন ধৰি ব্ৰিটেইনত হোৱা বৰ্ণ বৈষম্যবাদৰ মঙলবাৰে পুনৰ সৰৱ হৈ উঠে অক্সফ'ৰ্ডৰ অ'ৰিয়েল কলজৰ ছাত্ৰ-ছাত্ৰীসকলে । আমেৰিকাৰ ‘ব্লেক লিভছ মেটাৰ’ আন্দোলনৰ মাধ্যমেৰে যুৱ ছাত্ৰসকলে অ'ৰিয়েল কলেজৰ বাহিৰত ভিক্টোৰিয়া চেচিল ৰোডছৰ প্ৰতিমূৰ্তিৰ সমীপত 'take it down' শীৰ্ষক প্ৰতিবাদ সাব্যস্ত কৰে ।

উল্লেখ্য যে,দেওবাৰে বৰ্ণবিৰোধী প্ৰতিবাদকাৰীসকলে ব্ৰিষ্টলত এডৱাৰ্ড কলষ্টোনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ পিছতেই এই আন্দোলন আকৌ তীব্ৰ হৈ উঠে । প্ৰতিবাদৰ মাজতে এজন প্ৰতিবাদকাৰীয়ে জাঙুৰ খাই কয় যে,ঔপনিৱেশিক প্ৰতিনিধি হোৱাতো লজ্জাজনক এইটোক আফ্ৰিকান দেশৰ পৰা চুৰি কৰা বুজায় ।

বৰ্ণ বিৰোধী প্ৰতিবাদত সৰৱ অক্সফ'ৰ্ডৰ অ'ৰিয়েল কলেজৰ ছাত্ৰ সমাজ

ব্ৰিটিছ ইতিহাসবিদ আৰু অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যক্ষ পিটাৰ ফ্ৰেংকঅ'পানে এই সন্দৰ্ভত কয় যে,সকলোৱে সাৱধানে থকা উচিত,কিয়নো অন্য দেশৰ পৰা লোৱা সম্পত্তিৰ আধাৰতহে ব্ৰিটেইনৰ জন্ম হৈছিল।

আনহাতে,লণ্ডনৰ মেয়ৰে মঙলবাৰে ঘোষণা কৰে যে,ব্ৰিটেইনৰ পথৰ কাষত থকা সৰহ সংখ্যক প্ৰতিমূৰ্তি পথৰ কাষৰ পৰা আঁতৰাই দিয়া হ'ব । কিয়নো মিনিয়োপোলিছত হোৱা জৰ্জ ফ্লোয়েডৰ হত্যাকাণ্ডৰ ঘটনাই বিশ্বজুৰি বিদ্ৰোহ প্ৰতিবাদৰ জন্ম দিছে ।

লগতে পঢ়ক: ৰাজস্থানত নিয়ন্ত্ৰণলৈ আহিছে ফৰিং আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.