ETV Bharat / briefs

ৰাজ্যত পুনৰ ৩৩ জনৰ কোভিড-১৯ পজিটিভ

author img

By

Published : Jun 9, 2020, 4:31 PM IST

অসমত কোভিড-১৯ আক্ৰান্ত মুঠ ২,৮৬৮ গৰাকী ব্যক্তিৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে ২,০৭৬ গৰাকী। তদুপৰি এই মহামাৰীৰ কৱলৰ পৰা ৭৮৪ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

কোভিড ১৯
33 more covid 19 cases in assam

গুৱাহাটী, ৯ জুনঃ ৰাজ্য়ত নতুনকৈ ৩৩ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। বৰ্তমান ৰাজ্যখনত মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২,৮৬৮ গৰাকীলৈ বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

33 more covid 19 cases in assam
ৰাজ্যত পুনৰ ৩৩ জনৰ কোভিড ১৯ পজিটিভ

নতুনকৈ আক্ৰান্ত হোৱা ৩৩ গৰাকী লোকৰ ভিতৰত ১৭ গৰাকী তিনিচুকীয়াৰ,৪ গৰাকী যোৰহাটৰ,৩ গৰাকী বৰপেটাৰ,২ গৰাকী চিৰাঙৰ, ২গৰাকী কাৰ্বি আংলঙৰ, ২গৰাকী নগাঁৱৰ আৰু বাক্সা, গোলাঘাট আৰু মাজুলীৰ এজনকৈ লোকৰ কোভিড-১৯ পজিটিভ পোৱা গৈছে।

বৰ্তমান ৰাজ্যৰ কোভিড-১৯ আক্ৰান্ত মুঠ ২,৮৬৮ গৰাকী ব্যক্তিৰ ভিতৰত চিকিৎসাধীন অৱস্থাত আছে ২,০৭৬ গৰাকী। তদুপৰি এই মহামাৰীৰ কৱলৰ পৰা ৭৮৪ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৫ গৰাকী লোক।

লগতে চাওকঃ কন্যকা কৃষি পাম পৰিদৰ্শন গ্ৰামোন্নয়ন মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.