ETV Bharat / bharat

বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলীৰ সফল সামৰণি

author img

By

Published : Apr 24, 2021, 3:25 PM IST

বিশাখাপট্টনমৰ নৌ বন্দৰ ঘাটিৰ সোণালী জয়ন্তী উপলক্ষে ৭৫ গৰাকী নৌসেনা জোৱানে উলিওৱা বাইক, চাৰিচকীয়া বাহন আৰু মহিলাৰ চাইকেল ৰেলী শুক্ৰবাৰে সামৰণি পৰে । ৫,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অতিক্ৰম কৰি শুক্ৰবাৰে বিশাখাপট্টনমত উপস্থিত হয় দলটো ।

বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলী
বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলী

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: শুক্ৰবাৰে অন্ত পৰিল নৌসেনাৰ বিশাখাপট্টনম নৌ বন্দৰ ঘাটিত কৰ্মৰত কৰ্মচাৰীৰ ৫,৫০০ কিলোমিটাৰ জোৰা ৰেলীৰ । ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস আৰু বিশাখাপট্টনমৰ নৌ বন্দৰ ঘাটিৰ সোণালী জয়ন্তী উপলক্ষে এই বাইক, চাৰিচকীয়া বাহন আৰু মহিলাৰ চাইকেল ৰেলী উলিওৱা হৈছিল ।

বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলী
বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলী

পূৱ নৌসেনা কামাণ্ডাৰ, উপ-এ ডি এম অজেন্দ্ৰ বাহাদুৰ সিং, মুখ্য বিষয়াসকল, ই এন চি আৰু নৌ বন্দৰ ঘাটিৰ বিষয়াৰ দলৰ উপস্থিতিত ৰেলীত অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱা হয় । ৰেলীৰ সফল সমাপ্তিৰ বাবে সকলোৱে অংশগ্ৰহণকাৰীসকলক শুভেচ্ছা জনায় ।

বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলী
বিশাখাপট্টনমত নৌসেনাৰ বাইক ৰেলী

'আত্মনিৰভৰ ভাৰত' অভিযান সফল কৰাৰ ক্ষেত্ৰত ক্ষুদ্ৰ, সৰু মধ্যমীয়া উদ্যোগৰ সম্ভাৱনীয়তাক গুৰুত্ব প্ৰদান কৰি দেশৰ কিছুমান মুখ্য ঔদ্যোগিক কৰিডৰ সামৰি মুঠ ৫,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰেলীৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক:শিৰদী সংস্থানক পৰীক্ষাগাৰ-অক্সিজেন প্ৰকল্প স্থাপনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.