ETV Bharat / bharat

MHA declares Kashmiri doctor militant: ইউ এ পি এৰ অধীনত সন্ত্ৰাসবাদী ঘোষণা ডাঃ আছিফ মকবুলক

চৌদি আৰৱত থকা কাশ্মীৰী চিকিৎসকক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰিলে সন্ত্ৰাসবাদী ৷ বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত সন্ত্ৰাসবাদী ঘোষণা ডাঃ আছিফ মকবুল দাৰক (MHA declares Kashmiri doctor militant under UAPA) ৷

author img

By

Published : Jan 8, 2023, 2:25 PM IST

MHA declares Kashmiri doctor militant under UAPA
ইউ এ পি এৰ অধীনত সন্ত্ৰাসবাদী ঘোষণা আছিফ মকবুলক

নেশ্যনেল ডেস্ক, 8 জানুৱাৰী: শনিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ আইন)-১৯৬৭ ৰ অধীনত চৌদি আৰৱত থকা ডাঃ আছিফ মকবুলক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে (Union Home Ministry declares Saudi based Kashmiri doctor terrorist under UAPA)৷ বৰ্তমান ছৌদি আৰৱৰ ধহৰানৰ দামান, এছ শ্বাৰকিয়াহত বাৰামুল্লাৰ ৱাগুৰা বাণ্ডে পায়েইনৰ বাসিন্দা আছিফ মকবুল হিজবুল-মুহাহিদীনৰ সৈতে জড়িত বুলি চৰকাৰী সূত্ৰত প্ৰকাশ (Hizb Ul Muhahideen)৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়া অনুসৰি, ডাঃ আছিফ মকবুল দাৰ বিৰুদ্ধে উত্থাপিত হৈছে কেইবাটাও গুৰুতৰ অভিযোগ (Union Home Ministry) ৷ সামাজিক মাধ্যমৰ জৰিয়তে কাশ্মীৰ উপত্যকাৰ যুৱক-যুৱতীসকলক চৰকাৰ আৰু নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি ল’বলৈ প্ৰৰোচিত কৰাৰ লগতে উগ্ৰবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ডাঃ আছিফ মকবুল দাৰৰ বিৰুদ্ধে (MHA declares Kashmiri doctor militant under UAPA) ৷ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰা এটা গোচৰত ডাঃ আছিফ মকবুল দাৰে দেশখনৰ কেইবাখনো বৃহৎ চহৰত কূটাঘাতমূলক কাৰ্যকলাপ সংঘটিত কৰাৰ বাবে পৰিকল্পনা যুগুত কৰিছে বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জানিবলৈ দিয়ে (Asif Maqbool Dar declared Terrorist ) ৷

জম্মু-কাশ্মীৰ আৰু নতুন দিল্লীকে ধৰি ভাৰতৰ ডাঙৰ চহৰসমূহত হিংসাত্মক সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ বাবে ব্লু’প্ৰিণ্ট ৰচা বুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তত পোহৰলৈ আহে । উল্লেখযোগ্য যে, বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা ৫২ সংখ্যক ব্যক্তি হ’ল আছিফ মকবুল (Terrorist under the UAPA 52nd person is Asif Maqbool) ।

আনফালে, এক অধিসূচনাযোগে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে (People’s Anti Fascist Front)৷ সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ অনুৰূপ সংগঠন পিপলছ এণ্টি-ফেচিষ্ট ফ্ৰণ্টক (People's Anti Fascist Front ) জম্মু-কাশ্মীৰৰ লগতে অন্যান্য স্থানত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অপৰাধত শুকুৰবাৰে নিষেধাজ্ঞা আৰোপ কৰে (Centre banned the People’s Anti Fascist Front) । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ১৯৬৭ চনৰ কঠোৰ সন্ত্ৰাসবাদ বিৰোধী অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন অনুসৰি লস্কৰ-ই তৈবাৰ সদস্য আৰবাজ আহমদ মিৰক ব্যক্তিগত সন্ত্ৰাসবাদী বুলি আখ্যা দিয়ে (anti terror law Unlawful Activities (Prevention) Act, 1967)।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে, পি এ এফ এফে নিয়মিতভাৱে নিৰাপত্তা বাহিনীলৈ ভাবুকি প্ৰদান কৰি আহিছে ৷ লগতে ৰাজনৈতিক নেতা তথা অন্যান্য ৰাজ্যৰ পৰা গৈ জম্মু-কাশ্মীৰত কৰ্মৰত নেতা আৰু সাধাৰণ নাগৰিকক ভাবুকি প্ৰদান কৰি আহিছে । পি এ এফ এফৰ লগতে আন সংগঠনসমূহেও জম্মু-কাশ্মীৰৰ লগতে ভাৰতৰ প্ৰধান চহৰসমূহত কূটাঘাতমূলক কাৰ্যকলাপৰ বাবে লক্ষ্য কৰি লোৱা বুলি অধিসূচনাখনত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক: Jalebi Baba: 120 গৰাকী মহিলাক ধৰ্ষণ কৰা জেলেবী বাবাৰ শাস্তি ঘোষণা হ’ব সোমবাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.