ETV Bharat / bharat

জনা-নজনা : বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ

author img

By

Published : Aug 8, 2021, 11:50 AM IST

বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ ৷ মধ্যযুগৰ এই সহস্যময় গ্ৰন্থখনে বিভিন্ন সময়ত বিবুধিত পেলাই আহিছে অনুবাদ সাহিত্যিক আৰু কোড-ব্ৰেকাৰসকলক ৷ কি আছে এই ৰহস্যময় গ্ৰন্থখনত ?

the Ancient books that we can't decode
বিশ্ব সাহিত্যত খলকনি তোলা এখন ৰহস্যময় গ্ৰন্থ

নিউজ ডেস্ক, 8 আগষ্ট : এক অজ্ঞাত ভাষাত লিখা ২৪০ পৃষ্ঠাৰ ভইনিচ পাণ্ডুলিপি(Voynich Manuscrip)য়ে মধ্যযুগৰ পৰা অনুবাদ সাহিত্যিক আৰু কোড-ব্ৰেকাৰসকলৰ মাজত সৃষ্টি কৰি আহিছে ৰহস্যৰ ৷ ভইনিচ পাণ্ডুলিপি(Voynich Manuscrip)খন ১৪০৪ ৰ পৰা ১৪৩৮ চনৰ মাজত ৰচনা কৰা হৈছিল বুলি ধাৰণা কৰা হয় । কিন্তু গ্ৰন্থখন অনুবাদ কৰাত ব্যৰ্থ হৈছে অনুবাদৰ সাহিত্যিক আৰু কোড-ব্ৰেকাৰসকল ৷

ৰহস্যময় দৃষ্টান্ত আৰু নক্সাৰে ভৰপূৰ এই পাণ্ডুলিপিখনত আছে অস্বাভাৱিক উদ্ভিদৰ পৰা আৰম্ভ কৰি গৰ্ভৱতী মহিলাৰ চিত্ৰ । কিতাপখন অনুবাদ কৰা বা ইয়াত দেখুওৱা উদ্ভিদবোৰ চিনাক্ত কৰাৰ সকলো প্ৰচেষ্টা বিফল হৈছে পণ্ডিত আৰু কোড-ব্ৰেকাৰসকল ।

2018চনৰ জানুৱাৰী মাহত কানাডিয়ান কম্পিউটাৰ বিজ্ঞানীৰ এটা গোটে এ আই ব্যৱহাৰ কৰি পাণ্ডুলিপিৰ কিছু অংশ ডিক'ডিং কৰাত সফলতা লাভ কৰিব পাৰে বুলি ঘোষণা কৰিছিল । কিন্তু গৱেষকসকলে স্বীকাৰ কৰিছিল যে প্ৰক্ৰিয়াটোৰ অধিক পৰিশোধন আৰু পণ্ডিতসকলৰ পৰা তথ্যৰ প্ৰয়োজন হ’ব ।

অনুবাদ সাহিত্যই সম্প্ৰতি সাহিত্যৰ বিশাল ক্ষেত্ৰখনত বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ এইচ জি ৱেলচৰ অদৃশ্য মানুহেই হওঁক (The Invisible Man) অথবা ডাণ্টে বিয়েট্ৰিচৰ ডিভাইন কমেডি(The Divine Comedy)য়েই হওঁক অনুবাদ সাহিত্যই আমাক বহু সময়ত বিশ্ব সাহিত্যৰ অনন্য সোৱাদ দি আহিছে ৷ কিন্তু এনে সময়তে এই গ্ৰন্থখন অনুবাদ কৰাত অনুবাদ সাহিত্যিক আৰু কোড-ব্ৰেকাৰসকল ব্যৰ্থ হোৱাত সকলোৰে মনত কৌতুহলৰ সৃষ্টি কৰিছে ৷

অনুবাদ সাহিত্যই সম্প্ৰতি সাহিত্যৰ বিশাল ক্ষেত্ৰখনত বিশ্বৰ বিভিন্ন সাহিত্যৰ সোৱাদ প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ এইচ জি ৱেলচৰ অদৃশ্য মানুহেই হওঁক (The Invisible Man) অথবা ডাণ্টে বিয়েট্ৰিচৰ ডিভাইন কমেডিয়েই হওঁক অনুবাদ সাহিত্যই আমাক বহু সময়ত বিশ্ব সাহিত্যৰ অনন্য সোৱাদ দি আহিছে ৷ কিন্তু এনে সময়তে এই গ্ৰন্থখন অনুবাদ কৰাত অনুবাদ সাহিত্যিক আৰু কোড-ব্ৰেকাৰসকল ব্যৰ্থ হোৱাত সকলোৰে মনত কৌতুহলৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : লাভলীনাৰ জীৱনৰ জনা-নজনা কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.