ETV Bharat / bharat

দুদিনৰ পিচত অযোধ্যাত অভিষেকৰ বাবে নিৰ্বাচিত কৰা হ’ব ৰামৰ প্ৰতিমূৰ্তি

দুদিনৰ ভিতৰত অযোধ্যাত অভিষেকৰ বাবে বাছনি কৰা হ’ব ৰামৰ প্ৰতিমূৰ্তি । ইতিমধ্যে তিনিটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 8:02 AM IST

statue of Ramlala will be selected for consecration in ayodhya in two days
অভিষেকৰ বাবে নিৰ্বাচিত ৰামৰ প্ৰতিমূৰ্তি

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ : বহু বাদ-বিবাদৰ অন্তত ২২ জানুৱাৰীত আৰম্বপূৰ্ণভাৱে প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ ইটিভি ভাৰতক এই কথা সদৰী কৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে ৷

অভিষেকৰ বাবে নিৰ্বাচিত কৰা হ’ব ৰামৰ প্ৰতিমূৰ্তি

ইয়াৰ উপৰিও অতিথিসকলক আদৰণি জনোৱাৰ বাবেও সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে । সকলো অতিথিৰ বাবে খাদ্য আৰু প্ৰসাদৰ ব্যৱস্থা কৰা হ’ব । চম্পট ৰায়ে কয় যে আগন্তুক দুদিনৰ ভিতৰত মন্দিৰত স্থাপন হ’বলগীয়া প্ৰতিমূৰ্তি সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব । ইতিমধ্যে তিনিটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে আৰু আলোচনাৰ অন্তত দুদিনৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব ৰাম মন্দিৰৰ

অযোধ্যাবাসীয়ে শিবিৰ পাতি অতিথিসকলক আদৰণি জনাব

শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে কয় যে ৰাম জন্মভূমি মন্দিৰৰ চাৰিওফালে অৱস্থিত স্থানীয় অঞ্চলত ভাণ্ডাৰাৰ আয়োজন কৰা হ’ব । ৰামভক্তসকলক অযোধ্যাবাসীয়ে আদৰণি জনোৱাৰ বাবে মন্দিৰৰ চাৰিওফালে এশটা শিবিৰ স্থানীয় ৰাইজৰ দ্বাৰা স্থাপন কৰা হ’ব । ইয়াৰ লগতে অযোধ্যা চহৰক পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবলৈ সকলোকে অনুৰোধ জনাইছে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পট ৰায়ে ৷

৩০ ডিচেম্বৰত ৰাম জন্মভূমিলৈ নাযাব প্ৰধানমন্ত্ৰী মোদী

৩০ ডিচেম্বৰত অযোধ্যা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ৰাম জন্মভূমি কমপ্লেক্স ভ্ৰমণ কৰাৰ প্ৰশ্নত চম্পট ৰায়ে কয় যে প্ৰধানমন্ত্ৰীয়ে ৰাম জন্মভূমি কমপ্লেক্স ভ্ৰমণ কৰাৰ কোনো তথ্য তেওঁলোকে লাভ কৰা নাই । ৩০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে অযোধ্যা বিমানবন্দৰ আৰু অযোধ্যা ধাম জংচন ষ্টেচনৰ নতুন ভৱন উদ্বোধন কৰিব ৷ লগতে তেওঁ এক জনসভাতো অংশ ল’ব ৷ কিন্তু উক্ত দিনা ৰাম জন্মভূমি কমপ্লেক্স ভ্ৰমণ হয়তো প্ৰধানমন্ত্ৰী মোদীয়ে নকৰিব ৷

লগতে পঢ়ক : কোনে প্ৰস্তুত কৰিছে ৰাম মন্দিৰৰ মূল ধ্বজাখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.