ETV Bharat / bharat

ৰাহুল গান্ধীক সাক্ষাৎ শ্বেখ হাছিনাৰ

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Bangladesh PM Sheikh Hasina visit to India)। ভ্ৰমণকালত মঙলবাৰে নতুন দিল্লীত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক(Sheikh Hasina meets Rahul Gandhi) ।

author img

By

Published : Sep 7, 2022, 9:32 AM IST

sheikh hasina meets rahul gandhi
ৰাহুল গান্ধীক সাক্ষাৎ শ্বেখ হাছিনাৰ

নেশ্যনেল ডেস্ক,৭ ছেপ্তেম্বৰ: ভাৰতত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা । চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী(Sheikh Hasina is on a four-day visit to India) । এই ভ্ৰমণকালতে মঙলবাৰে নতুন দিল্লীত শ্বেখ হাছিনাই সাক্ষাৎ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক(Sheikh Hasina meets Rahul Gandhi) । দুয়ো মিলিত হয় এক গুৰুত্বপূৰ্ণ বৈঠকত । বৈঠকৰ পিছত ভাৰত আৰু বাংলাদেশ প্ৰাকৃতিক মিত্ৰ আৰু দুয়োখন দেশে এই বন্ধন শক্তিশালী কৰাৰ দিশত কাম কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।

চাৰিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণলৈ অহা বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক (Bangladesh PM Sheikh Hasina visit to India) মঙলবাৰে পুৱা ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় (Sheikh Hasina welcome at Rashtrapati Bhavan) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক ৰাষ্ট্ৰীয় ৰাজধানীৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ত অভ্যৰ্থনা জনায় (PM Narendra Modi received Sheikh Hasina)। উল্লেখ্য, বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনা সোমবাৰে আহি ভাৰতত উপস্থিত হৈছিল । নিজৰ ভ্ৰমণকালৰ প্ৰথম দিনটোত তেওঁক বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিছিল হাছিনাই(Hasina met External Affairs Minister S Jaishankar) ।

আনহাতে মঙলবাৰে দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ উপস্থিতিত (Sheikh Hasina India tour) ভাৰত আৰু বাংলাদেশে সাতখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে (India and Bangladesh signed seven MoU) । নতুন দিল্লীৰ হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী মোডী আৰু হাছিনাৰ নেতৃত্বত ভাৰত-বাংলাদেশৰ প্ৰতিনিধি পৰ্যায়ৰ আলোচনা আৰম্ভ কৰা হয় (PM Modi and Hasina meeting at Hyderabad House)।

লগতে পঢ়ক: ধেমাজিৰ তেলামত ফুটবল টুৰ্ণামেন্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.