ETV Bharat / bharat

ঘন কুঁৱলীৰ বাবে দিল্লীগামী ৰে'লত বিলম্ব

author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 2:54 PM IST

ঘন কুঁৱলীৰ কৱলত ৰাজধানী দিল্লী । এনে পৰিস্থিতিত দিল্লী অভিমুখী প্ৰায় ১৪ৰো অধিক ৰে'ল পলমকৈ চলি আছে (Delhi bound trains)। ১ৰ পৰা ৬ ঘণ্টা পৰ্যন্ত পলমকৈ চলিছে ৰে'ল । যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা ।

Dense fog grips Delhi
ঘন কুঁৱলীৰ বাবে দিল্লীগামী ৰে'লত বিলম্ব

নেশ্যনেল ডেস্ক,৬ জানুৱাৰী : ঘন কুঁৱলীৰ বাবে ইতিমধ্যে ৰাজধানী দিল্লীত অভাৱনীয় পৰিৱেশে বিৰাজ কৰিছে । যাতায়াতৰ ক্ষেত্ৰত ঘন কুঁৱলীয়ে ব্যাপক প্ৰভাৱ পেলাইছে । শেহতীয়া প্ৰায় ১০-১৫ দিন ধৰি দিল্লীত ৰে'ল আৰু বিমান সেৱাও প্ৰভাৱিত হৈ পৰিছে । জানিব পৰা মতে শুকুৰবাৰেও ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছসহ প্ৰায় ১৪ খন ৰে'ল পলমকৈ চলি আছে । যাৰ বাবে যাত্ৰীসকল সমস্যাত পৰিছে । উত্তৰ ৰে'লৱেৰ মুখ্য জনসম্পৰ্ক বিষয়া দীপক কুমাৰৰ পৰা পোৱা তথ্য অনুসৰি শুকুৰবাৰে দিল্লীলৈ আহিবলগীয়া প্ৰায় ১৪ খন ৰে'ল কেইবা ঘণ্টা পলমকৈ চলি আছে ।

১২৮০১ পুৰী-নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ-২ ঘণ্টা

১২২২৫ আজমগড়-দিল্লী কৈফিয়ত এক্সপ্ৰেছ-১ ঘণ্টা

১২৯১৯ আম্বেদকাৰ নগৰ-কাটৰা এক্সপ্ৰেছ-২.৫ ঘণ্টা

১২৬১৫ চেন্নাই-নতুন দিল্লী জিটি এক্সপ্ৰেছ- ২ ঘণ্টা ৪৫ মিনিট

১২৭২৩ হায়দৰাবাদ-নতুন দিল্লী-২ ঘণ্টা ১৫ মিনিট

১১৮৪১ খাজুৰাহো-কুৰুক্ষেত্ৰ এক্সপ্ৰেছ-৬ ঘণ্টা

১২৯০৪ অমৃতসৰ-মুম্বাই এক্সপ্ৰেছ-১ ঘণ্টা ১৫ মিনিট

১৫৭০৭ কাটিহাৰ-অমৃতসৰ এক্সপ্ৰেছ-৩ ঘণ্টা

১২৪১৩ জম্মু তাৱী-আজমেৰ এক্সপ্ৰেছ-৩ ঘণ্টা ১৫ মিনিট

১২৪১৩ আজমেৰ-কাটৰা পূজা এক্সপ্ৰেছ-৫ ঘণ্টা ৩০ মিনিটৰো অধিক

২২৪১৫ ভুৱনেশ্বৰ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ-৩ ঘণ্টা ৩০ মিনিট

১২৪২৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ-১ ঘণ্টা

১২৯৫৩ মুম্বাই-নিজামুদ্দিন আগষ্ট ক্ৰান্তি এক্সপ্ৰেছ-১ ঘণ্টা ১৫ মিনিট

২২৮২৩ ভুৱনেশ্বৰ-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ-৩ ঘণ্টা ৩০ মিনিট

প্ৰকৃততে, ঘন কুঁৱলীৰ বাবে ৰে'ল চালকসকলে সংকেত প্ৰত্যক্ষ কৰাত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । দূৰৰ পৰা সংকেতবোৰ নেদেখাৰ বাবে ৰে'লবোৰ কম গতিত চলোৱা হৈছে । যাৰ ফলত ৰে'লবোৰ গন্তব্য স্থানত উপনীত হোৱাত পলম হৈছে । একে সময়তে, বিলম্বিত ৰে'লবোৰ পুনৰ ঘূৰি অহাটো পলম হৈছে ।

লগতে পঢ়ক :ভাৰতীয় নৌসেনাই বিফল কৰিলে জাহাজ অপহৰণৰ চেষ্টা; ১৫ ভাৰতীয়সহ ২১ ক্ৰু সদস্যক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.