ETV Bharat / bharat

কেৰালাৰ সোণৰ চিণ্ডিকেটত জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি - জিম্মা পুনৰ ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি

সীমা শুল্ক বিভাগৰ জিম্মাত থকা কেৰালাৰ সোণৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত অভিযুক্তৰ জিম্মা পুনৰ ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে অতিৰিক্ত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে ।

কেৰালাৰ সোণৰ চিণ্ডিকেটত জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি

author img

By

Published : Jan 19, 2021, 9:53 PM IST

নিউজ ডেস্ক , ১৯ জানুৱাৰী : কেৰালাৰ সোণৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত অভিযুক্তৰ জিম্মা পুনৰ বৃদ্ধি কৰিলে অতিৰিক্ত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতে । মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব এম শিৱশংকৰ, শ্বপ্ন সুৰেশ, সৰিথ পিএচ, সণ্ডীপ নায়াৰ, ৰামিছ কে.টি , জলাল আৰু মহম্মদ শ্বাফীৰ সীমা শুল্ক বিভাগৰ জিম্মা ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে আদালতে । ইফালে শ্বপ্ন সুৰেশ আৰু সৰিথ পিএচৰ ডলাৰ চিণ্ডিকেট ঘটনাৰ জিম্মাও ২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিলে আদালতে ।

উল্লখ যে কেৰালাৰ ৰাজনৈতিক হস্তক্ষেপত সোণৰ চোৰাং সৰবৰাহৰ ঘটনা পোহৰলৈ অহাৰ পিছতে এনফ'ৰ্ছমেণ্ট ডিৰেক্ট'ৰেট, এন আই এ আৰু সীমা শুল্ক বিভাগ আটাইকেইটা সংস্থাই তদন্ত অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক :ভাৰত-ফ্ৰাঞ্চ বায়ু সেনাৰ ৫ দিনীয়া যুটীয়া অনুশীলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.