ETV Bharat / bharat

Kolkata Street Food: কলকাতাৰ এইসমূহ খাদ্যৰ স্থানে দুগুণ বৃদ্ধি কৰিব ৰমজানৰ আনন্দ

author img

By

Published : Mar 29, 2023, 1:36 PM IST

আপুনি বাৰু ৰমজানৰ সময়ত কলকাতা যোৱাৰ কথা ভাবিছে নেকি ? যিহেতু এয়া ৰমজানৰ মাহ সেয়ে আমি আপোনালোকক জনাম কলকাতাৰ এনে কিছুমান ঠাইৰ বিষয়ে যিয়ে আপোনাৰ ৰমজান বা অন্যান্য অনুষ্ঠান উদযাপনৰ আনন্দ দুগুণ বৃদ্ধি কৰিব ।

Ramadan 2023: These places to eat and drink in Kolkata will double the celebration of Ramadan
কলকাতাৰ খাদ্যৰ এইসমূহ স্থানে দুগুণ বৃদ্ধি কৰিব ৰমজানৰ আনন্দ

ৰমজানৰ সময়ত 'আনন্দৰ চহৰ' কলকাতাৰ প্ৰতিটো গলিতে ভিন্ন উজ্জ্বলতা দেখিবলৈ পোৱা যায়(Zakaria Street Food)। চেণ্ট্ৰেল কলকাতা, কিদ্দেৰপুৰ, জাকাৰিয়া ষ্ট্ৰীটৰ দৰে ঠাইত কয়লাত ৰন্ধা কাবাবৰ সুগন্ধিয়ে মুখলৈ পানী আনে(West Bengal Travel)। ইয়াৰে নাখোডা মছজিদৰ(Nakhoda Masjid) চাৰিওফালে গোটেই ঠাইখন ৰঙীন পোহৰেৰে বজাপ ভৰি পৰে(Ramzan Holy Month)। ৰমজানৰ সময়ত কলকাতাত তন্দুৰি মাছৰ পৰা আৰম্ভ কৰি মাটন বিৰিয়ানীলৈকে বহুতো সোৱাদযুক্ত খাদ্যৰ সোৱাদ ল’ব পাৰিব(Ramadan 2023)।

আহক জানো ৰমজান বা অন্যান্য অনুষ্ঠানৰ সময়ত কলকাতাৰ খাদ্যৰ উত্তম স্থানসমূহ-

এডামছ কাবাবছ

কলকাতাৰ বড়া বজাৰত নন-ভেজৰ প্ৰতি আকৰ্ষিত সকলে আদামৰ কেবাব খাই চাব লাগিব(Adam's Kabab Shop)। ইয়াত কেৱল ৰমজানতে নহয় স্বাভাৱিক দিনতো মানুহৰ ভিৰ পৰিলক্ষিত হয়(Street Food)। ইয়াৰ কাবাব ইমানেই সুস্বাদু যে ইয়াৰ সোৱাদ আপুনি পাহৰি যোৱাটো সম্ভৱ নহয় ।

চুফিয়া- জাকাৰিয়া ষ্ট্ৰীট

কলকাতাৰ জাকাৰিয়া ষ্ট্ৰীটত হালিমৰ বাবে বিখ্যাত চুফিয়ালৈ যাব পাৰি । যিসকলে non-veg ৰ প্ৰতি আকৰ্ষিত, তেওঁলোকে ইয়াত Magaj Haleem ৰ চেষ্টা কৰিব লাগিব কাৰণ ইয়াত ইয়াৰ অনুৰাগীৰ অভাৱ নাই (Sufia, Bara Bazar)।

আল বেক- টিৰেটা বজাৰ

টিৰেটা বজাৰত অৱস্থিত আল বেক বিশেষ চিকেন কাবাবৰ বাবে বিখ্যাত, যিটো কয়লাৰ ওপৰত পোৰাৰ দ্বাৰা প্ৰস্তুত কৰা হয় । সাধাৰণতে ইয়াত উপলব্ধ কাবাব ৰোলবোৰো বৰ সোৱাদযুক্ত(Kolkata Street Food) । সেইবাবেই কোলুটোলা ষ্ট্ৰীটলৈ যাওক আৰু যদি আপুনি নন-ভেজৰ সোৱাদযুক্ত খাদ্য খাব বিচাৰে, তেন্তে আল বেকৰ খাদ্যৰ সোৱাদ ল’বলৈ নাপাহৰিব (The Al-Baik)।

দিল্লী 6, জাকাৰিয়া ষ্ট্ৰীট, কোলুটোলা

কলকাতাৰ কোলুটোলাত বজাৰ কৰাৰ লগতে সোৱাদযুক্ত খাদ্য খোৱাটোও বেলেগ কথা । কোৱা হয় যে ইয়াত দিল্লী 6 দোকানৰ আফগানি চিকেনক কোনো খাদ্যপ্ৰেমীয়ে আওকাণ কৰিব নোৱাৰে । দিল্লী 6ৰ উপৰিও ইয়াত বম্বে হোটেল, কৰিমছ, ইণ্ডিয়া ৰেষ্টুৰেণ্ট আৰু বৰকাছ আৰবী ৰেষ্টুৰেণ্টত ৰমজান উদযাপন কৰিব পাৰিব ।

লগতে পঢ়ক: Ramadan 2023: ৰমজান মাহৰ ৰোজা সম্পূৰ্ণ কৰিলে লাভ কৰিব এই সুফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.