ETV Bharat / bharat

২২ ছেপ্তেম্বৰত ত্ৰিপুৰাত ৰাজ্যসভাৰ নিৰ্বাচন - Tripura Rajya Sabha Election

২২ ছেপ্তেম্বৰত ত্ৰিপুৰাত ৰাজ্যসভাৰ এখন আসনৰ বাবে অনুষ্ঠিত কৰা হ'ব নিৰ্বাচন(Rajya Sabha elections in Tripura on September 22) । ড৹ মাণিক সাহাই পদত্যাগ কৰাৰ পাছতেই খালী হৈ আছিল আসনখন । শেহতীয়াকৈ নিৰ্বাচনী আয়োগে গ্ৰহণ কৰিছে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত(Tripura Rajya Sabha Election) ।

rajya sabha elections in tripura on september 22
২২ ছেপ্তেম্বৰত ত্ৰিপুৰাত ৰাজ্যসভাৰ নিৰ্বাচন
author img

By

Published : Aug 31, 2022, 2:28 PM IST

আগৰতলা,৩১ আগষ্ট: মানিক সাহাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লবলৈ ৰাজ্যসভাৰ সাংসদপদৰ পৰা পদত্যাগ কৰাৰ পিছতেই খালী হৈ পৰিছিল ত্ৰিপুৰাৰ ৰাজ্যসভাৰ এখন আসন । ৪ জুলাইত নতুন দিল্লীত পদত্য়াগ পত্ৰ প্ৰদান কৰে ড৹ মাণিক সাহাই(Seat fell vacant after Manik Saha resigned) । সেইখন আসন পূৰাবৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে(Tripura Rajya Sabha Election) ।

উক্ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হ'ব ৫ ছেপ্তেম্বৰ তাৰিখে । ইফালে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ১২ ছেপ্তেম্বৰ । ১৩ ছেপ্তেম্বৰত মনোনয়ন পৰীক্ষা কৰাৰ বিপৰীতে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৫ ছেপ্তেম্বৰ নিৰ্ধাৰণ কৰা হয় । ২২ ছেপ্তেম্বৰ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ(Rajya Sabha elections in Tripura on September 22) ।

এক বিশেষ জাননীযোগে নিৰ্বাচনী আয়োগে উল্লেখ কৰে যে ২২ ছেপ্তেম্বৰৰ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব ভোটগ্ৰহণ আৰু বিয়লি ৪ বজালৈ অব্য়াহত থাকিব ভোটগণনা । ত্ৰিপুৰাৰ মুখ্য সচিবক ৰাজ্যখনৰ এজন জ্যেষ্ঠ বিষয়াক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে উক্ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত কোভিড-১৯ নিয়ন্ত্ৰণ ব্যৱস্থা সম্পৰ্কীয় পূৰ্বৰ নিৰ্দেশনা পালন কৰা হ’ব বুলিও উল্লেখ কৰে জাননীখনত ।

লগতে পঢ়ক: KAM সন্মিলনত তিনিটাকৈ বঁটাৰে উজলিল ই টিভি বাল ভাৰত

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.