ETV Bharat / bharat

বেংগালুৰুত উপস্থিত ৰাহুল-প্ৰিয়ংকা

author img

By

Published : Feb 18, 2021, 12:20 PM IST

বেংগালুৰুত উপস্থিত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ লগতে বহু কেইগৰাকী ৰাষ্ট্ৰীয় নেতা ডিকে শিৱকুমাৰৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বেংগালুৰুত উপস্থিত হয় ৷

APHC seeks peaceful resolution of Kashmir issue
বেংগালুৰুত উপস্থিত ৰাহুল আৰু প্ৰিয়ংকা

নেশ্যনেল ডেস্ক,18 ফেব্ৰুৱাৰীঃ বেংগালুৰুত উপস্থিত হৈছে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী আৰু নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কোনো ৰাজনৈতিক দলৰ সভা-সমিতিৰ বাবে নহয়, এইবাৰ বিবাহৰ নিমন্ত্ৰণ ৰক্ষাৰ বাবে বেংগালুৰুত উপস্থিত কংগ্ৰেছৰ দুই নেতা ৷ কেপিছিছিৰ সভাপতি ডিকে শিৱকুমাৰৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বেংগালুৰুত উপস্থিত হৈছে ৰাহুল-প্ৰিয়ংকা ৷

কংগ্ৰেছৰ দুয়োগৰাকী নেতাক আদৰিবলৈ বিৰোধী দলৰ নেতা সিদ্ধাৰম’য়া আৰু কেপিছিছিৰ সভাপতি ডিকে শিৱকুমাৰকে ধৰি কেইবাজনো ৰাজ্যিক নেতাই কেম্পেগড়া আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় ৷

কেৱল কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে নহয়, ডিকে শিৱকুমাৰৰ কন্যাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বেংগালুৰুত উপস্থিত হয় বহু কেইগৰাকী ৰাষ্ট্ৰীয় দলৰ নেতা ৷

লগতে পঢ়কঃ পিতা-পুত্ৰীৰ সম্পৰ্কক অবৈধ ৰূপত প্ৰকাশ কৰা বাতৰিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.