ETV Bharat / bharat

সংকটকালত ভাৰতক সহযোগৰ বাবে মোডীৰ ধন্যবাদ জ্ঞাপন কাটাৰৰ আমীৰক - দেশজুৰি মহামাৰী কৰ'ণাৰ ভয়ংকৰ কালৰূপ

দেশজুৰি মহামাৰী কৰ'ণাৰ ভয়ংকৰ কালৰূপৰ সময়ত ভাৰতক সহযোগ আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাটাৰৰ আমীৰ তামিম বিন হামাদ আল থানিক ধন্যবাদ জ্ঞাপন কৰে । মহামাৰীৰ এই সংকটকালত কাটাৰৰ প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ যত্ন লোৱাৰ বাবে মোডীয়ে টুইটাৰযোগে ধন্যবাদ জ্ঞাপন কৰে ।

সংকটকালত ভাৰতক সহযোগ আগবঢ়োৱাৰ বাবে মোডীৰ ধন্যবাদ জ্ঞাপন কাটাৰৰ আমীৰক

author img

By

Published : Apr 28, 2021, 5:08 PM IST

নেশ্যনেল ডেস্ক, ২৮ এপ্ৰিল: দেশজুৰি মহামাৰী কৰ'ণাৰ কালৰূপৰ সময়ত ভাৰতক সহযোগ আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাটাৰৰ আমীৰ তামিম বিন হামাদ আল থানিক ধন্যবাদ জ্ঞাপন কৰে । মংগলবাৰে তামিম বিন হামাদ আল থানিয়ে মোডীৰ সৈতে হোৱা টেলিফেনিক বাৰ্তালাপত দেশৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ পাচতে আমীৰ তামিম বিন হামাদ আল থানিক ধন্যবাদ জনায় মোডীয়ে । মহামাৰীৰ এই সংকটকালত কাটাৰৰ প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ যত্ন লোৱাৰ বাবে মোডীয়ে টুইটাৰযোগে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ।

সংকটকালত ভাৰতক সহযোগ আগবঢ়োৱাৰ বাবে মোডীৰ ধন্যবাদ জ্ঞাপন কাটাৰৰ আমীৰক
সংকটকালত ভাৰতক সহযোগৰ বাবে মোডীৰ ধন্যবাদ জ্ঞাপন কাটাৰৰ আমীৰক

'কাটাৰৰ আমীৰ তামিম বিন হামাদৰ সৈতে আজি হোৱা আলোচনাত সংকটকালত দেশক কৰা সহায়ৰ বাবে মই ধন্যবাদ জনাইছো । কাটাৰত প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ যত্ন লোৱা পদক্ষেপৰ বাবে মই আমীৰ তামিম বিন হামাদ আল থানিক কৃতজ্ঞতা জ্ঞাপন কৰিছো' বুলি এইদৰে টুইটাৰযোগে মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।

লগতে পঢ়ক: টিপ্ৰা মথাৰ বিপক্ষে ক্ষমতাৰ অপপ্ৰয়োগৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.