ETV Bharat / bharat

ক'ভিড-19ঃ কি কি নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ?

author img

By

Published : Nov 25, 2020, 10:31 PM IST

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৰ‘ণা ভাইৰাছ নিয়ন্ত্ৰণ, পৰ্যবেক্ষণ আৰু ইয়াৰ বাবে লবলগীয়া সাবধানতা সম্পৰ্কে এক বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে ৷ কেন্দ্ৰৰ ফালৰ পৰা সকলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশনা ৷

mha-guidelines-for-surveillance-containment-and-caution-over-corona
ক'ভিড-19ঃ কি কি নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ?

নিউজ ডেস্ক, 25 নৱেম্বৰ: কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৰ‘ণা ভাইৰাছ নিয়ন্ত্ৰণ, পৰ্যবেক্ষণ আৰু ইয়াৰ বাবে লবলগীয়া সাবধানতা সম্পৰ্কে এক বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে ৷ কেন্দ্ৰৰ ফালৰ পৰা সকলে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশনা ৷ উক্ত নিৰ্দেশনা 1 ডিচেম্বৰ 2020 ৰ পৰা 31 ডিচেম্বৰলৈকে প্ৰযোজ্য হৈ থাকিব ৷ উক্ত নিৰ্দেশনাত জাৰি কৰা কাৰ্যপ্ৰণালীৰ জৰিয়তে দেশত বৃদ্ধি পাই থকা কৰ‘ণা ভাইৰাছৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিব পৰা যাব বুলি মন্তব্য আগবঢ়ায় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷

নিৰ্দেশনা সমূহ:

  • কন্টেনমেন্ট জ‘নত কেৱল জৰুৰীকালীন সেৱাক অনুমতি প্ৰদান কৰা হ‘ব ৷
  • গঠন কৰা পৰ্যবেক্ষণ দলৰ দ্বাৰা ঘৰে ঘৰে গৈ পৰিস্থিতিৰ বুদ লোৱা হ‘ব ৷
  • নিৰ্ধাৰিত প্ৰট‘কল অনুযায়ী ক‘ভিড-19 ৰ পৰীক্ষা কৰা হ‘ব ৷
  • কন্টেনমেন্ট জ‘নৰ বাহিৰত কেবাটাও সেৱাক অনুমতি প্ৰদান কৰা হৈছে ৷
  • কিছুমান কাৰ্যকলাপৰ বাবে চৰ্ত সাপেক্ষে অনুমতি প্ৰদান কৰা হৈছে ৷
  • গৃহ মন্ত্ৰালয়ৰ দ্বাৰা অনুমতি প্ৰাপ্ত যাত্ৰীক আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ অনুমতি প্ৰদান ৷
  • 50 শতাংশ যাত্ৰীৰে চিনেমা হল খোলাৰ অনুমতি ৷
  • চুইমিং পুল সমূহ কেৱল খেলৰ সৈতে জড়িত ব্যক্তিৰ প্ৰশিক্ষণৰ বাবে ব্যৱহাৰৰ অনুমতি ৷

লগতে পঢ়ক: পাঁচটাকৈ ধৰ্মীয় স্থানত আশীৰ্বাদ লৈ শেষ যাত্ৰা কৰিব গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.