ETV Bharat / bharat

'BJP bowled out' বুলি চিঞৰি উঠিল মমতা

পশ্চিম মিডনাপুৰ জিলাৰ নাৰায়ণগড়ত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ভাষণ প্ৰদান কৰি থকাৰ মাজতে মমতা বেনাৰ্জীয়ে সন্মুখৰ শাৰীৰ এগৰাকী মহিলাক আগলৈ আহিবলৈ কৈ তেওঁৰ ফালে বল দলিয়াই দিয়ে ৷ মহিলা গৰাকীয়ে বলটো থাপ মাৰি ধৰাৰ লগে লগে মমতাই আনন্দত 'Bowled Out. BJP bowled out' বুলি চিঞৰি উঠে ৷

author img

By

Published : Mar 28, 2021, 1:50 PM IST

'BJP bowled out' বুলি  চিঞৰি উঠিল মমতা
'BJP bowled out' বুলি চিঞৰি উঠিল মমতা

নেশ্যনেল ডেস্ক,২৮ মাৰ্চ: পশ্চিম মিডনাপুৰ জিলাৰ নাৰায়ণগড়ত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ভাষণ প্ৰদান কৰি থকাৰ মাজতে মমতা বেনাৰ্জীয়ে সন্মুখৰ শাৰীৰ এগৰাকী মহিলাক আগলৈ আহিবলৈ কৈ তেওঁৰ ফালে বল দলিয়াই দিয়ে ৷ মহিলা গৰাকীয়ে বলটো থাপ মাৰি ধৰাৰ লগে লগে মমতাই আনন্দত 'Bowled Out BJP bowled out' বুলি চিঞৰি উঠে ৷

নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ফুটবল দলিয়াই বিজেপিক bowled out ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে ৷ লগতে মোডীয়ে বাংলাদেশ ভ্ৰমণৰ পূৰ্বে বংগবাসীৰ পৰা ভোট ভিক্ষা কৰিছিল বুলি মমতাই অভিযোগ উত্থাপন কৰে ৷ আৰু তেওঁৰ ভিছা কিয় বাতিল কৰা উচিত নহয় বুলি প্ৰশ্ন উত্থাপন কৰে ।

উল্লেখযোগ্য যে, শনিবাৰে পশ্চিমবংগত আৰম্ভ হয় প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন । পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১ গৰাকী মহিলাকে ধৰি মুঠ ১৯১ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত ইভিএমত বন্দী হয় । ৰাজ্যখনত পুৰুলিয়া আৰু ঝাড়গ্ৰাম জিলাৰ সকলো বিধানসভা সমষ্টিক সামৰি ৩০ খন আসন আৰু বাঙ্কুৰা, পূৰ্ব মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশত নিৰ্বাচন অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক: উত্তৰ-পূৱক চট্টগ্ৰাম আৰু চিলেট বিমানবন্দৰ ব্যৱহাৰৰ প্ৰস্তাৱ বাংলাদেশৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.