ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মমতা বেনাৰ্জীৰ

author img

By

Published : May 28, 2021, 8:12 PM IST

শুকুৰবাৰে পশ্চিম মেদিনীপুৰ জিলাৰ কালাইকুণ্ডাত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে । ঘূৰ্ণীবতাহ 'য়াছ'ৰ ফলত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে বৰ্ণনা কৰি তেওঁ এক প্ৰাথমিক প্ৰতিবেদন প্ৰধানমন্ত্ৰী মোডীক দাখিল কৰে ।

Mamata meets PM Modi at Kalaikunda
প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ মমতা বেনাৰ্জীৰ

নেশ্যনেল ডেস্ক, ২৮ মে': প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি ঘূৰ্ণীবতাহ 'য়াছ'ৰ ফলত পশ্চিমবংগত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জনালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । শুকুৰবাৰে পশ্চিম মেদিনীপুৰ জিলাৰ কালাইকুণ্ডাত তেওঁ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে আৰু এখন প্ৰাথমিক প্ৰতিবেদন দাখিল কৰে ।

এগৰাকী জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দিয়ে । ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ শুকুৰবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকী ওড়িশালৈ ৰাওনা হয় । ইয়াৰ পিছতে তেওঁ পশ্চিমবংগলৈ যায় । ৰাজ্যখনৰ উপকূলীয় জিলাসমূহত ঘূৰ্ণীবতাহ 'য়াছে' বিধ্বংসী ৰূপ ধাৰণ কৰিছিল ।

মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় ১৫ মিনিটৰ বাবে বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোডীক ৰাজ্যখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰে বুলিও বিষয়াজনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বাংলাদেশৰ যুৱতী নিৰ্যাতন : আৰক্ষীৰ জালত ৪ অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.