ETV Bharat / bharat

নিৰ্বাচন সদন হৈছে দিল্লীৰ নতুন শ্মশান: সাংসদ মহুয়া মৈত্ৰা

টিএমচিয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয় সাব্যস্ত কৰাৰ পিচতে টুইটযোগে সাংসদ মহুয়া মৈত্ৰাই সোমবাৰে নিৰ্বাচন আয়োগক উপহাস কৰি কয় যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ ইচি কাৰ্যালয়, নিৰ্বাচন সদন হৈছে দিল্লীৰ "নতুন শ্মশান"।

author img

By

Published : May 3, 2021, 7:42 PM IST

নিৰ্বাচন সদন হৈছে দিল্লীৰ নতুন শ্মশান:সাংসদ মহুয়া মৈত্ৰা

নেশ্যনেল ডেস্ক,3 মে': তৃণমূল কংগ্ৰেছৰ (টিএমচি) সাংসদ মহুয়া মৈত্ৰাই সোমবাৰে নিৰ্বাচন আয়োগক উপহাস কৰি কয় যে, ৰাষ্ট্ৰীয় ৰাজধানীৰ ইচি কাৰ্যালয়, নিৰ্বাচন সদন হৈছে দিল্লীৰ "নতুন শ্মশান"। টিএমচিয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত জয় সাব্যস্ত কৰাৰ পিচতে টুইটযোগে এইদৰে মন্তব্য কৰে মৈত্ৰাই ৷

দেওবাৰে টিএমচিৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে, তেওঁলোকে নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ "নিৰ্বাচনী হিংসা"ৰ সন্মুখীন হৈছিল । নিৰ্বাচনী প্ৰচাৰৰ সময়ত ক'ভিড-১৯ প্ৰট'কল বজাই ৰখাত ব্যৰ্থ হোৱাৰ বাবে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক সমালোচনা কৰিছিল ৷ লগতে ইয়াক "আটাইতকৈ দায়িত্বহীন প্ৰতিষ্ঠান" হিচাপে বুলি মন্তব্য কৰিছিল ৷ অৱশ্যে, উচ্চ ন্যায়ালয়ে কৰা মন্তব্যৰ বিৰুদ্ধে নিৰ্বাচনী পেনেলে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে ।

অন্য এক খবৰৰ বাবে: দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.