ETV Bharat / bharat

অ' টি এ গয়াৰ কমাণ্ডেন্ট পদৰ কাৰ্যভাৰ গ্ৰহণ গাভ ৰেড্ডীৰ

author img

By

Published : Jan 10, 2021, 10:13 PM IST

গয়াৰ অফিচাৰ্চ ট্ৰেইনিং একাডেমী (অ'টিএ) ৰ কমাণ্ডেন্ট হিচাপে কাৰ্যভাৰ গ্ৰহণ লেফটেনেন্ট জেনেৰেল গাভ ৰেড্ডীৰ ৷ লেফটেনেন্ট জেনেৰেল সুনিল শ্ৰীবাস্তৱে 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰাৰ পাছতে নৱম গৰাকী কমাণ্ডেন্ট হিচাপে গাভ ৰেড্ডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰে ৷

Lt Gen GAV Reddy takes over as Commandant of OTA Gaya
অ'টিএ গয়াৰ কমাণ্ডেন্ট পদৰ কাৰ্যভাৰ গ্ৰহণ গাভ ৰেড্ডীৰ

নেচনেল ডেস্ক, 10 জানুৱাৰী: লেফটেনেন্ট জেনেৰেল গাভ ৰেড্ডীয়ে দেওবাৰে গয়াৰ অফিচাৰ্চ ট্ৰেইনিং একাডেমী (অ'টিএ) ৰ নৱম গৰাকী কমাণ্ডেন্ট হিচাপে দায়িত্ব গ্ৰহণ কৰে ৷ 31 ডিচেম্বৰত লেফটেনেন্ট জেনেৰেল সুনিল শ্ৰীবাস্তৱে সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাত ৰেড্ডীয়ে এই দায়িত্বভাৰ গ্ৰহণ কৰিছে ৷ চেন্নাইৰ অফিচাৰ্চ ট্ৰেইনিং একাডেমী এগৰাকী প্ৰাক্তন লেফটেনেন্ট জেনেৰেল ৰেড্ডী 1986 চনত জাঠ ৰেজিমেন্টৰ নৱম বেটেলিয়নৰ বাবে কমিছন কৰা হৈছিল ৷

গয়াৰ অফিচাৰ্চ ট্ৰেইনিং একাডেমীৰ কমাণ্ডেন্ট হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে ৰেড্ডীয়ে ৱেলিঙটনৰ ডিফেন্স চাৰ্ভিচেচ ষ্টাফ কলেজত ভাগ লোৱাৰ উপৰিও বহুবাৰ কমাণ্ড আৰু ষ্টাফ পদত সেৱা আগবঢ়াইছিল ৷

লগতে পঢ়ক:দিল্লীত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰণাৰ টীকাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.