ETV Bharat / bharat

আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী - ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত

বাৰানসীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আঁচনি উদ্বোধন | বাৰানসীৰ নিৰ্বাচনী এলেকাত প্ৰায় 614 কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধনী কৰিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৱেষ্ট বেংগললৈ 696 খন ৰে'লৰ পুনৰ চলাচল ৷ পৰ্যাপ্ত সুৰক্ষা আৰু যাত্ৰীৰ সুবিধাৰ বাবে এই 696 খন ৰে'ল পুনৰ চলাচল কৰা হ'ব ৷ জম্মু-কাশ্মীৰত 'দৰবাৰ মুভ';সোমবাৰৰ পৰা জম্মুত UT ৰ কাম কাজ আৰম্ভ ৷ ছবি নিৰ্মাতাসকলৰ বিৰুদ্ধে দায়িত্বহীন মন্তব্য কৰা আবেদনৰ শুনানি গ্ৰহন কৰিব উচ্চতম ন্যায়ালয়ে ৷

Important national event to look for today
আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী
author img

By

Published : Nov 9, 2020, 9:08 AM IST

1- বাৰানসীত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ আঁচনি উদ্বোধন

সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ যোগেদি বাৰানসীৰ নিৰ্বাচনী এলেকাত প্ৰায় 614 কোটি টকীয়া আঁচনিৰ শুভ উদ্বোধনী কৰিব ৷ শুভ উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথো উপস্থিত থাকিব৷ প্ৰধান মন্ত্ৰী মোদীয়ে বিভিন্ন আঁচনি লাভ কৰা হিতাধিকাৰীৰ লগতো মত বিনিময় কৰাৰ সম্ভাৱনা আছে ৷

Important national event to look for today
আজিৰ দিনটোত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেইটামান গুৰুত্বপূৰ্ণ কাৰ্যসূচী

উদ্বোধন কৰিব লগীয়া আঁচনিৰ তালিকাত আছে, সাৰনাথ লাইট আৰু চাউণ্ড শ্ব', ৰামনগৰৰ লাল বাহাদুৰ শাস্ত্ৰী হাস্পাতালৰ উন্নয়নমুলক কাম পৰিদৰ্শন, গৰু সংৰক্ষণ আৰু সংৰক্ষণৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা, বীজ সংৰক্ষণৰ বাবে যথোপযুক্ত বীজ ভাণ্ডাৰ নিৰ্মাণ, 100 মেট্ৰীক ট'ন কৃষি শস্য সংৰক্ষণ ভাণ্ডাৰ,IPDSৰ দ্বিতীয় পৰ্যায়, সম্পৰ্ণানন্দ ষ্টেডিয়ামত খেলুৱৈৰ বাবে আৱাসিক কমপ্লেক্স নিৰ্মাণ, 100টা অংগনবাদী কেন্দ্ৰ,102টা গো আশ্ৰয় কেন্দ্ৰসহ বাৰানসী চহৰৰ আলোকসজ্জাৰ কাম ৷

  • 📣 Railways to run 696 suburban services in West Bengal from 11th November.

    With adequate safety measures in place, this will greatly enhance passenger convenience, ease of movement & facilitate smooth travel for the people.

    — Piyush Goyal (@PiyushGoyal) November 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

2- ৱেষ্ট বেংগললৈ 696 খন ৰে'লৰ পুনৰ চলাচল

কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোৱালাই ৰবিবাৰে কয় যে,11 নৱেম্বৰত পশ্চিম বংগলৈ 696 খন ৰে'ল উপনগৰীয় সেৱাৰ বাবে পুনৰ মুকলি কৰা হ'ব৷ এই সেৱাৰ যোগেদি ৰে'লযাত্ৰী সকল উপকৃত হ'ব ৷ এক টুইট যোগে কয় যে,পৰ্যাপ্ত সুৰক্ষা আৰু যাত্ৰীৰ সুবিধাৰ বাবে এই 696 খন ৰে'ল পুনৰ চলাচল কৰা হ'ব ৷

3- জম্মু-কাশ্মীৰত 'দৰবাৰ মুভ';সোমবাৰৰ পৰা জম্মুত UT ৰ কাম কাজ আৰম্ভ

জম্মু-কাশ্মীৰ প্ৰশাসনৰ সামৰিক সচিবালয়ৰ ৰাজধানী শ্ৰী নগৰত 'দৰবাৰ মুভ' নামৰ 150 বছৰ পুৰনি প্ৰথাৰ এক ছমহীয়া গ্ৰীষ্মকালীন অনুশীলনৰ পাছত সোমবাৰৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হ'ব কাম-কাজ ৷ বিভাগীয় কৰ্তৃপক্ষই জনায় যে,ৰাজভৱন আৰু আৰক্ষী সদৰ সমুহৰ লগতে সুৰক্ষা ব্যৱস্থাৰ সকলো কাম সুস্থভাৱে কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

4- ছবি নিৰ্মাতাসকলৰ বিৰুদ্ধে দায়িত্বহীন মন্তব্য কৰা আবেদনৰ শুনানি গ্ৰহন উচ্চতম ন্যায়ালয়ৰ

ফিল্ম ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধে দায়িত্বহীন,অপমানসূচক আৰু মানহানিমূলক মন্তব্য কৰা আৰু প্ৰকাশ কৰা আদি বিভিন্ন বিষয় সমূহৰ বাবে ৰিপাব্লিক টিভি আৰু টাইমস নাউৰ বিৰুদ্ধে দেশৰ আগশাৰীৰ ছবি নিৰ্মাতাসকলে দিল্লী উচ্চতম ন্যায়ালয়ত এখন আবেদন জনাইছিল৷ সোমবাৰে আবেদনৰ শুনানি গ্ৰহন কৰিব দিল্লী উচ্চতম ন্যায়ালয়ে ৷ চাৰি বলীউড ইণ্ডাষ্ট্ৰী আৰু 34 শীৰ্ষ স্থানীয় প্ৰযোজকৰ দলে 12 অক্টোবৰত আবেদন জনাইছিল, বিচাৰপতি ৰাজীৱ শাকদ্ধেৰৰ বিচাৰপীঠে গ্ৰহন কৰিব শুনানি ৷

লগতে পঢ়ক: কমলা হেৰিছৰ জয়ত আনন্দ প্ৰকাশ মাহীয়েক ডা০ সৰলা গোপালনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.