ETV Bharat / bharat

CRPFৰ ওপৰত মনোবৈজ্ঞানিক গৱেষণা চলাব আইআইএমে - jawans' stress issues

CRPFৰ মনোবৈজ্ঞানিক দিশৰ ওপৰত অধ্যয়ন কৰিবলৈ আগবাঢ়িছে লক্ষ্ণৌৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM-L) ৷

iim-lucknow-to-study-crpf-jawans-stress-issues-find-solutions
IIM-Lয়ে অধ্যয়ন কৰিব CRPFৰ আচৰনগত কাম-কাজ
author img

By

Published : Feb 1, 2021, 5:28 PM IST

নিউজ ডেস্ক, 1 ফেব্ৰুৱাৰী : জনতাৰ সেৱাৰ্থে নিয়োজিত হৈ আছে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী (CRPF) ৷ দেশৰ প্ৰতিটো প্ৰান্ততে অতি দু:সাহসিকতাৰে নিজ কৰ্তব্যত নিয়োজিত হৈ আছে এইসকল জোৱান ৷

দেশৰ CRPFৰ জোৱান সকলৰ বাবে আহিছে এক সু-খবৰ ৷ কিয়নো দেশৰ এই জোৱানসকলৰ আচৰনগত তথা মনোবৈজ্ঞানিক কাম-কাজৰ ওপৰত অধ্যয়ন কৰিবলৈ আগবাঢ়িছে লক্ষ্ণৌৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM-L) ৷

বিশেষকৈ CRPF ৰ জোৱান সকলৰ কামৰ লগতে মানসিক চাপ কমোৱাৰ বাবে এই ব্যৱস্থা ল’বলৈ আগবাঢ়িছে IIM-L ৷ যাতে CRPF ৰ জোৱান সকলে নিজ কৰ্তব্য অধিক দক্ষতাৰে সম্পাদন কৰিব পাৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই সন্দৰ্ভত CRPF আৰু IIM-L ৰ মাজত এক আলোচনাত মিলিত হৈ চুক্তি স্বাক্ষৰ কৰিছে ৷ এই চুক্তিত CRPFৰ সঞ্চালক এ.পি. মহেশ্বৰী আৰু IIM-L লক্ষ্ণৌৰ পৰিচালক অধ্যাপক অৰ্চনা শুক্লাই স্বাক্ষৰ কৰিছে ।

লগতে পঢ়ক : আমগুৰিত ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.