ETV Bharat / bharat

Himachal Pradesh poll results: নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে হিমাচল প্ৰদেশৰ মচনদ দখল কংগ্ৰেছৰ - Himachal Pradesh poll results

Himachal Pradesh assembly poll results live updates

author img

By

Published : Dec 8, 2022, 7:25 AM IST

Updated : Dec 8, 2022, 4:53 PM IST

16:51 December 08

হিমাচলত হ’ব কংগ্ৰেছৰ চৰকাৰ

বিজেপিক পৰাভূত কৰি হিমাচলৰ নিৰ্বাচত বৃহৎ জয় কংগ্ৰেছৰ ৷ 40 খনকৈ আসনত জয়লাভ কৰি একক সংখ্যা গৰিষ্ঠতা লাভ কৰিলে দলটোৱে ৷ বিজেপিয়ে লাভ কৰিলে 25খন আসন ৷ অন্যান্যই পালে 3 খন ৷ ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে ৷

14:37 December 08

হিমাচলত সংখ্যা গৰিষ্ঠতা লাভ কংগ্ৰেছৰ

হিমাচল বিধানসভা নিৰ্বাচনত সংখ্যা গৰিষ্ঠতা লাভ কৰিছে কংগ্ৰেছ দলে ৷ বৰ্তমানলৈকে দলটোৱে জয়লাভ কৰিছে 36 খন আসনত আৰু অগ্ৰগতি লাভ কৰি আছে 4 খন আসনত ৷ বিজেপিয়ে 23 খন আসনত জয়লাভ কৰাৰ বিপৰীতে 2 খনত অগ্ৰগতি লাভ কৰিছে ৷ হিমাচল বিধানসভাৰ মুঠ আসন 68 খন ৷ সংখ্যা গৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজন 35 খন আসনৰ ৷

13:59 December 08

হিমাচল বিধানসভা নিৰ্বাচন-

জয়লাভ:

বিজেপি- 21

কংগ্ৰেছ- 30

অন্যান্য- 3

অগ্ৰগতি:

বিজেপি- 4

কংগ্ৰেছ- 9

13:50 December 08

কংগ্ৰেছে হিমাচলত বৰ্তমানলৈকে 24 খন আসন দখল কৰিছে আৰু অগ্ৰগতি লাভ কৰিছে 16 খন আসনত ৷ বিজেপিয়ে 19 খন আসন দখল কৰাৰ বিপৰীতে 6 খনত অগ্ৰগতি লাভ কৰিছে ৷

13:35 December 08

হিমাচলত কংগ্ৰেছৰ 20 খন আসনত জয়লাভ, 20 খনত অগ্ৰগতি

হিমাচলত বৰ্তমানলৈকে 20 খন আসনত কংগ্ৰেছে জয়লাভ কৰিছে আৰু 20 খনত অগ্ৰগতি লাভ কৰিছে ৷ বিজেপিয়ে 18 খনত জয়লাভ কৰাৰ বিপৰীতে 7 খনত অগ্ৰগতি লাভ কৰিছে ৷ অন্যান্যই জয়লাভ কৰিছে 3 খন আসনত ৷

13:21 December 08

হিমাচলত বৰ্তমানলৈ 11 ৰাউণ্ডৰ অন্তত বিজেপিয়ে 17 খনত আৰু কংগ্ৰেছে 18 খনত জয়লাভ কৰিছে ৷ আনহাতে অন্যান্যই লাভ কৰিছে 3 খন আসন ৷ বিজেপি বৰ্তমান 9 খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ 21 খনত আগবাঢ়ি আছে ৷ বাকী আছে আৰু এটা ৰাউণ্ডৰ ভোট গণনা ৷

13:02 December 08

হিমাচলত বিজেপি-কংগ্ৰেছ উভয়েই 15-15

হিমাচলত বৰ্তমানলৈকে বিজেপিয়ে 15 খন আৰু কংগ্ৰেছে 15 খন আসনত জয়লাভ কৰিছে ৷ অন্যান্যই লাভ কৰিছে দুখন আসন ৷

অগ্ৰগতি-

বিজেপি- 11

কংগ্ৰেছ- 24

অন্যান্য- 1

আপ- 0

12:37 December 08

কংগ্ৰেছৰ 9 খন আসনত জয়

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত কংগ্ৰেছে 9 খন আৰু বিজেপিয়েও 9 খন আসনত জয়লাভ কৰিছে ৷ নিৰ্দলীয়ই জয়লাভ কৰিছে এখন আসনত ৷

বৰ্তমানলৈ অগ্ৰগতি-

বিজেপি- 19

কংগ্ৰেছ- 28

অন্যান্য- 2

12:02 December 08

8 খন আসনত জয়লাভ বিজেপিৰ

হিমাচলৰ শেহতীয়া নিৰ্বাচনী ফলাফল অনুসৰি 8 খন আসনত জয়লাভ কৰিছে বিজেপিয়ে ৷ লগতে দলটো আগবাঢ়ি আছে 19 খন আসনত ৷ কংগ্ৰেছে 3 খন আসনত জয়লাভ কৰাৰ বিপৰীতে 34 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ অন্যান্যই 1 আসনত জয়লাভ কৰাৰ বিপৰীতে 2 খনত আগবাঢ়ি আছে ৷

11:42 December 08

হিমাচলত বিজেপিৰ চাৰিগৰাকী বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ ইয়াৰ বিপৰীতে 1 গৰাকী কংগ্ৰেছ প্ৰাৰ্থী আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছে ৰাজ্যখনত ৷

11:28 December 08

হিমাচলত বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থীৰ জয়লাভ ৷ বৰ্তমান বিজেপি 28 খন আসনত আগবাঢ়ি আছে ৷ কংগ্ৰেছ আগবাঢ়ি আছে 34 খন আসনত ৷ 3 খন আসনত অন্যান্যৰ অগ্ৰগতি ৷

11:17 December 08

মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ জয়লাভ

হিমাচলত দ্বিতীয়গৰাকী বিজেপি প্ৰাৰ্থীৰ জয়লাভ ৷ সুন্দৰনগৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ ৰাকেশ কুমাৰে জয়লাভ কৰাৰ পাচত মান্দি জিলাৰ সৰাজ বিধানসভা সমষ্টিৰ পৰা জয়লাভ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰৰ ৷ ষষ্ঠবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত জয়ৰাম ঠাকুৰ ৷

11:15 December 08

হিমাচলত ২৪,০০০ ভোটত আগবাঢ়ি আছে মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ । ২০১৭ চনত ১১,২৫৪ ভোটৰ ব্যৱধানত জয়ী হৈছিল মুখ্যমন্ত্ৰীগৰাকী ৷

10:53 December 08

হিমাচল প্ৰদেশত বিজেপিৰ এজন প্ৰাৰ্থীৰ জয়লাভ ৷ সুন্দৰনগৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ ৰাকেশ কুমাৰৰ জয়লাভ ৷

10:44 December 08

বৰ্তমানলৈকে বিজেপিৰ 33 খন আসনত অগ্ৰগতি, কংগ্ৰেছৰ 31 খনত অগ্ৰগতি আৰু অন্যান্যৰ 4 খনত অগ্ৰগতি ৷

10:40 December 08

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ শেহতীয়া অগ্ৰগতি

বিলাসপুৰত বিজেপি- 1, কংগ্ৰেছ- 3

চাম্বাত বিজেপি- 3, কংগ্ৰেছ- 2

কাংগাত বিজেপি- 7, কংগ্ৰেছ- 7, অন্যান্য- 1

কুল্লুত বিজেপি- 2, কংগ্ৰেছ- 1, অন্যান্য- 1

মান্দিত বিজেপি-9. কংগ্ৰেছ- 1

শিমলাত বিজেপি- 3, কংগ্ৰেছ- 5

10:14 December 08

Himachal Pradesh assembly poll results live updates
Himachal Pradesh assembly poll results live updates

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ শেহতীয়া আপডেট

09:29 December 08

বিজেপি 33
কংগ্ৰেছ 33
অন্যান্য 2
আপ 0

09:19 December 08

হিমাচলত বৰ্তমানলৈ অগ্ৰগতি-

বিজেপি- 31

কংগ্ৰেছ- 34

অন্যান্য- 3

আপ- 0

09:09 December 08

শিমলা নগৰ সমষ্টি

মুঠ ভোট - ৩২৫৪

হৰিশ জানাৰ্থ - ১৭৭৪

সঞ্জয় ছুদ:- ১১৪৬

বৰ্তমানলৈকে বিজেপি 29 খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ 35 খন আসনত আগবাঢ়ি আছে ৷ অন্যান্য আগবাঢ়ি আছে 3 খন আসনত ৷ আপ বৰ্তমানলৈ শূন্য ৷

08:51 December 08

হিমাচলৰ নাডোনৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী সুখৱিন্দৰ সিং চুখু, ডাক বেলট গণনাত আগবাঢ়ি আছে

08:39 December 08

হিমাচল প্ৰদেশত কংগ্ৰেছ 38 খন আসনত আগবাঢ়ি আছে ৷ বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে 23 খন আসনত ৷ অন্যান্যই 5 খন আসনত অগ্ৰগতি লাভ কৰিছে ৷ বৰ্তমানলৈকে আপে কোনো আসনত অগ্ৰগতি লাভ কৰিব পৰা নাই ৷

08:30 December 08

হিমাচলত কংগ্ৰেছ আগবাঢ়ি আছে 35 খন আসনত ৷ বিজেপি আগবাঢ়ি আছে 22 খন আসনত আৰু অন্যান্য আগবাঢ়ি আছে 4 খন আসনত ৷

08:25 December 08

হিমাচলত বিজেপিৰ 21 খন আসনত, কংগ্ৰেছৰ 30 খন আসনত আৰু অন্যান্যৰ 4 খন আসনত অগ্ৰগতি ৷

08:20 December 08

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা

বৰ্তমানলৈকে হিমাচল প্ৰদেশত বিজেপি দল 17 খনত আগবাঢ়ি থকাৰ বিপৰীতে কংগ্ৰেছ আগবাঢ়ি আছে 24 খন আসনত ৷ অন্যান্য আগবাঢ়ি আছে 3 খন আসনত ৷

08:14 December 08

হিমাচল প্ৰদেশত বিজেপি 14 খন আসনত আৰু কংগ্ৰেছ দল 14 আসনত আগবাঢ়ি আছে ৷ অন্যান্য আগবাঢ়ি আছে 3 খন আসনত ৷

08:09 December 08

হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰম্ভ

আৰম্ভ হ’ল হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ বৰ্তমানলৈকে শাসকীয় বিজেপি দলে 9 খন আসনত, কংগ্ৰেছে 4 খন আসনত আৰু অন্যান্য়ই 2 খন আসনত আগবাঢ়ি আছে ৷

06:14 December 08

আজি হিমাচল প্ৰদেশ বিধান সভা নিৰ্বাচনৰ ভোট গণনা ৷ মুঠ 68 টা সমষ্টিত 412 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আজিৰ ফলাফলে ৷

কেইমুহূৰ্তমানৰ পাচতে আৰম্ভ হ’ব হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোট গণনা ৷ হিমাচল প্ৰদেশৰ মুঠ সমষ্টিৰ সংখ্যা 68 টা ৷ যোৱা 12 নৱেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷ 68 টা সমষ্টিত মুঠ 412 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা ৷

Last Updated : Dec 8, 2022, 4:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.