ETV Bharat / bharat

Sunflower Seeds Benefits: আপুনি জানেনে সূৰ্যমুখীৰ গুটিয়ে আমাৰ শৰীৰৰ কেনেদৰে উপকাৰ সাধন কৰে

author img

By

Published : Feb 3, 2023, 1:07 PM IST

আজি আমি আপোনালোকক জনাম সূৰ্যমুখীৰ গুটি বা বীজৰ উপকাৰিতাৰ বিষয়ে । সূৰ্যমুখীৰ গুটি বা বীজত পোৱা গুণাগুণে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে । এই আইৰণ প্ৰ'টিনবোৰত মেগনেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে । স্বাস্থ্যৰ বাবে ই ঔষধ হিচাপে কাম কৰে ।

Health benefits of sunflower seeds
আপুনি জানেনে সূৰ্যমুখীৰ গুটিয়ে আমাৰ শৰীৰৰ কেনেদৰে উপকাৰ সাধন কৰে

সূৰ্যমুখী ফুল বৰ ধুনীয়া আৰু চাবলৈ আকৰ্ষণীয়(sunflower seeds nutrition)। সূৰ্যৰ পোহৰ অনুসৰি ই নিজৰ দিশ সলনি কৰি থাকে । ইয়াক চাবলৈ যিমানেই আকৰ্ষণীয় হয় সিমানেই স্বাস্থ্যৰ বাবে উপকাৰী । হয়, সূৰ্যমুখীৰ গুটি ঔষধি গুণেৰে ভৰপূৰ, যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে । এই বীজত প্ৰটিন, কেলচিয়াম আদি মৌল থাকে । এনে পৰিস্থিতিত ৰোগৰ কৱলত অহাৰ আশংকা বহুগুণে কমি যায়(Sunflower Seeds Benefits)। ইয়াৰ লগতে ই উন্নত শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে । ইয়াৰে ভিতৰত অন্যতম হৈছে সূৰ্যমুখীৰ গুটি বা বীজ(sunflower seeds protein percentage)। খাদ্যত সোৱাদযুক্ত হোৱাৰ লগতে পুষ্টিকৰ উপাদানৰ ভঁৰাল । এনে পৰিস্থিতিত সুস্থ হৈ থাকিবলৈ দৈনন্দিন খাদ্য তালিকাত এমুঠিমান সূৰ্যমুখী গুটি অন্তৰ্ভুক্ত কৰিব পাৰে । গতিকে জানো আহক, সূৰ্যমুখীৰ গুটিৰ উপকাৰিতা । গতিকে জানো আহক, সূৰ্যমুখীৰ গুটিৰ উপকাৰিতা(Sunflower seeds protein or fat)।

১/ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে

আজিৰ সময়ত হৃদৰোগৰ আশংকা অধিক বৃদ্ধি পাইছে । সূৰ্যমুখীৰ গুটিত মনোঅনচেচুৰেটেড ফেট পোৱা যায়, যিটো হৃদযন্ত্ৰৰ বাবে উপকাৰী । এই গুটিবোৰ নিয়মিতভাৱে সেৱন কৰিলে ষ্ট্ৰোকৰ আশংকাৰ পৰা হাত সাৰিব পাৰি ।

২/ হজম শক্তি সুস্থ কৰি ৰাখে

সূৰ্যমুখীৰ গুটিত পৰ্যাপ্ত পৰিমাণৰ আঁহ পোৱা যায়, যাৰ ফলত পাচনতন্ত্ৰ সুস্থ হৈ থাকে । ইয়াক সেৱন কৰিলে পেটৰ লগত জড়িত সমস্যাৰ পৰা সকাহ পাব পাৰি ।

৩/ হাড়ৰ বাবে উপকাৰী

মেগনেছিয়াম, ভিটামিন-ই আৰু বহুতো পুষ্টিকৰ উপাদান এই বীজত পোৱা যায়, যিয়ে হাড়ক সুস্থ কৰি ৰাখে ।

৪/ Stress হ্ৰাস কৰে

মনক শান্ত কৰি ৰখাত সূৰ্যমুখীৰ গুটি সহায়ক । ইয়াত থকা মেগনেছিয়াম মগজুৰ বাবে উপকাৰী ।

৫/ বাতবিষৰ বাবে ফলপ্ৰসূ

বাতবিষৰ সমস্যা থকা লোকৰ বাবে সূৰ্যমুখী তেল অতি উপকাৰী বুলি গণ্য কৰা হয় । এই তেলৰ ব্যৱহাৰে বাতবিষৰ সমস্যাত সহায় কৰিব পাৰে ।

৬/ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক

ভিটামিন-চি, ভিটামিন-ই আৰু এন্টি-অক্সিডেন্ট গুণ সূৰ্যমুখীৰ গুটিত পোৱা যায়, যিবোৰ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী । উচ্চ BP নিয়ন্ত্ৰণত সহায় কৰে ।

লগতে পঢ়ক: Worst Food For Brain: এইসমূহ খাদ্যই মগজুত পেলাব পাৰে বিৰূপ প্ৰভাৱ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.