ETV Bharat / bharat

প্ৰতিবাদকাৰী কৃষকৰ বিৰুদ্ধে গাজিপুৰ সীমান্তবাসীৰ ধৰ্ণা - হিংসাত্মক ঘটনা

কৃষকসকলে ৰাজধানী দিল্লীৰ বিভিন্ন সীমান্তত বিগত বৰ্ষৰ 26 নৱেম্বৰৰ পৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ইপিনে কৃষকসকলে বিগত গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা গাজিপুৰ সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ পুনৰ যাতে কৃষকসকলে ৰাজধানীত প্ৰৱেশ কৰি হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে স্থানীয় প্ৰশাসনে বেৰিকেড স্থাপন কৰাৰ লগতে অঞ্চলটোৰ সমগ্ৰ পথ বন্ধ কৰি ৰাখিছে ৷

প্ৰতিবাদকাৰী কৃষকৰ বিৰুদ্ধে গাজিপুৰ সীমান্তবাসীৰ ধৰ্ণা

author img

By

Published : Feb 14, 2021, 9:24 AM IST

Updated : Mar 2, 2021, 2:10 PM IST

নিউজ ডেস্ক,14 ফেব্ৰুৱাৰীঃ শনিবাৰে ৰাজধানী দিল্লীৰ গাজিপুৰ সীমান্তত প্ৰতিবাদ কৰি থকা কৃষকসকলৰ বিৰুদ্ধে একাংশ স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত 80 দিন ধৰি কৃষকসকলে গাজিপুৰ সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ ফলত অঞ্চলবাসীয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ৷

উল্লেখ্য যে, কৃষকসকলে ৰাজধানী দিল্লীৰ বিভিন্ন সীমান্তত বিগত বৰ্ষৰ 26 নৱেম্বৰৰ পৰা তিনিখন কৃষি আইনৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ ইপিনে কৃষকসকলে বিগত গণৰাজ্য দিৱসৰ দিনা হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা গাজিপুৰ সীমান্তত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ পুনৰ যাতে কৃষকসকলে ৰাজধানীত প্ৰৱেশ কৰি হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে স্থানীয় প্ৰশাসনে বেৰিকেড স্থাপন কৰাৰ লগতে অঞ্চলটোৰ সমগ্ৰ পথ বন্ধ কৰি ৰাখিছে ৷

যাৰ ফলত অতিষ্ঠ হৈ পৰিছে অঞ্চলটোত বসবাস কৰা লোকসকল ৷ প্ৰতিবাদকাৰী কৃষকসকলৰ বিৰুদ্ধে শনিবাৰে অঞ্চলটোৰ একাংশ লোক ওলাই আহি ধৰ্ণাত বহে ৷ শীঘ্ৰে সেই স্থানৰ পৰা প্ৰতিবাদকাৰীসকলক স্থানান্তৰণ কৰি অঞ্চলটোৰ লোকসকলে সন্মুখীন হৈ অহা সমস্যাসমূহৰ পৰা পৰিত্ৰাণ দিবলৈ প্ৰশাসনক দাবী জনাই স্থানীয় লোকসকলে ৷

লগতে পঢ়কঃ বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

Last Updated : Mar 2, 2021, 2:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.