ETV Bharat / bharat

কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনৰ আত্মহত্যা - মৰণোত্তৰ পৰীক্ষা

কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনকৈ লোকৰ আত্মহত্যা ৷ চলন্ত ৰেলৰ আগত পৰি আত্মহত্যা কৰে এহাল দম্পত্তি আৰু দুটি সন্তানে ৷ আত্মহত্যাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

কৰ্ণাটকত একেটা পৰিয়ালৰে চাৰিজনৰ আত্মহত্যা

author img

By

Published : Jan 28, 2021, 10:06 AM IST

নিউজ ডেস্ক,28জানুৱাৰী: বুধবাৰে কৰ্ণাটকৰ ৰায়বাগত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ চলন্ত ৰেলৰ আগত পৰি একেটা পৰিয়ালৰে চাৰিজনকৈ লোকৰ আত্মহত্যা ৷ এহাল দম্পত্তি আৰু তেওঁলোকৰ দুটি সন্তানে নিজামুদ্দিন এক্সপ্ৰেছৰ আগত পৰি আত্মহত্যা কৰে বুলি জানিব পৰা গৈছে ৷ আত্মহত্যাৰ সঠিক কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰায়বাগ তালুক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

ইফালে,মৃতদেহ কেইটাৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও বেলগাম ৰেলৱে আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ৷

অন্য এক খবৰৰ বাবে: 50টা বছৰ গৰকিলে অনুৰাধা চিনেপ্লেক্সে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.