ETV Bharat / bharat

কেৰালাত নিচাঁজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত 7 সেৱনকাৰী - অভিযানৰ সময়ত আৱকাৰী বিভাগে

নৱবৰ্ষৰ প্ৰথম দিনটোত পাৰ্টিৰ সময়ত তেওঁলোকে নিষিদ্ধ ড্ৰাগছৰ সেৱন কৰাৰ লগতে বিভিন্ন ধৰণৰ নিঁচাজাতীয় সামগ্ৰী লগত ৰাখিছিল ৷ অভিযানৰ সময়ত আৱকাৰী বিভাগে 50 গ্ৰাম নাৰ্কটিক ড্ৰাগছ জব্দ কৰিছে দলটোৰ পৰা ৷

কেৰালাত নিচাঁজাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত 7 সেৱনকাৰী

author img

By

Published : Jan 1, 2021, 10:23 PM IST

নিউজ ডেস্ক,1জানুৱাৰী: নৱবৰ্ষৰ প্ৰথম দিনটোতে কানুৰ তালিপাৰাম্বাৰৰ পৰা আৱকাৰী বিভাগে সাত গৰাকী ব্যক্তিৰ লগতে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে, নৱবৰ্ষৰ দিনটোত পাৰ্টিৰ সময়ত তেওঁলোকে নিষিদ্ধ ড্ৰাগছৰ সেৱন কৰাৰ লগতে বিভিন্ন ধৰণৰ নিচাঁজাতীয় সামগ্ৰী লগত ৰাখিছিল ৷ অভিযানৰ সময়ত আৱকাৰী বিভাগে 50 গ্ৰাম নাৰ্কটিক ড্ৰাগছ জব্দ কৰিছে দলটোৰ পৰা ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজন হৈছে ক্ৰমে, থৱেইব, মহম্মদ হানিফা, মহম্মদ চিহাব, মহম্মদ শ্বেফিক, কে শ্বাহজাব, চমেৰ আৰু এম উমা ৷

আৱকাৰী বিষয়া সকলে শুকুৰবাৰে বিশেষ সূত্ৰৰ পমখেদি জানিব পাৰি তালিপাৰাম্বাৰ ৰেঞ্জ আৱকাৰী বিষয়া এম দিলিপ দলৰ নেতৃত্বত যোৱা এটা দলে এখন বিশেষ হোটেলত পাৰ্টি কৰি থকাৰ সময়তে 5 লাখ টকাৰ নিচাঁজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে, অভিযানৰ সমত আৰক্ষীৰ দলটোক হোটেলত পাৰ্টি কৰি থকা দলটোৱে আক্ৰমণৰো চেষ্টা কৰিছিল ৷

লগতে পঢ়কঃ বিভিন্ন প্ৰান্তৰ দৰে ধেমাজীতো আজিৰে পৰা আৰম্ভ হ’ল বিদ্যালয় সমূহৰ পাঠদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.