ETV Bharat / bharat

Investigation Donald Trumps first wife death: ড'নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নীৰ মৃত্যুৰ তদন্ত আৰম্ভ - Ivana Trump was born Ivana Zelnickova in 1949

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নী আৰু তেওঁৰ জ্যেষ্ঠ সন্তানৰ মাতৃ ইভানা ট্ৰাম্পৰ দুৰ্ঘটনাক্ৰমে মৃত্যু হয় (former American President Donald Trumps first wife Ivana Trump death)। নিউয়ৰ্ক মহানগৰৰ চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে শুকুৰবাৰে এই বিষয়ে সদৰি কৰিছে।

ড'নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নীৰ মৃত্যুৰ তদন্ত আৰম্ভ

author img

By

Published : Jul 16, 2022, 2:07 PM IST

Updated : Jul 16, 2022, 2:23 PM IST

ইন্টাৰনেচনেল ডেস্ক,১৬ জুলাই: আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰথমা পত্নী আৰু তেওঁৰ জ্যেষ্ঠ সন্তানৰ মাতৃ ইভানা ট্ৰাম্পৰ দুৰ্ঘটনাক্ৰমে মৃত্যু হয় (former American President Donald Trumps first wife Ivana Trump death)। নিউয়ৰ্ক মহানগৰৰ চিকিৎসা পৰীক্ষকৰ কাৰ্যালয়ে শুকুৰবাৰে এই বিষয়ে সদৰি কৰিছে ।

বৃহস্পতিবাৰে উক্ত ঘটনাটোৰ বিষয়ে ইভানা ট্ৰাম্পৰ সৈতে পৰিচিত দুজন লোকে উল্লেখ কৰি কয় যে তেওঁৰ চিৰিৰ পৰা পৰি মৃত্যু হৈছে নে নাই সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে । অৱশ্যে চিকিৎসা পৰীক্ষকৰ চমু প্ৰতিবেদনত কেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল সেয়া উল্লেখ কৰা হোৱা নাই । ড'নাল্ড ট্ৰাম্পে বৃহস্পতিবাৰে কয় যে ইভানাৰ ম্যানহাটানৰ আপাৰ ইষ্ট চাইডৰ চেণ্ট্ৰেল পাৰ্কৰ ওচৰৰ ঘৰত মৃত্যু হৈছে (Ivana died at her home near Central Park on Manhattan's Upper East Side)। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ । ইপিনে, ইভানাৰ পুত্ৰ এৰিক ট্ৰাম্পে কয় যে বৃহস্পতিবাৰে ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত এইটো এটা অতি দুখৰ দিন, এটা অতি দুখৰ দিন।

উল্লেখ্য় যে চেক বংশোদ্ভৱ স্কি ৰেচাৰ আৰু ব্যৱসায়ী ইভানা ট্ৰাম্পৰ 1949 চনত জন্ম হৈছিল ইভানা জেলনিকোভাত (Ivana Trump was born Ivana Zelnickova in 1949)। তেওঁ ১৯৭৭ চনত প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ড'নাল্ড ট্ৰাম্পৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল । অৱশ্য়ে ১৯৯২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হৈছিল । তেওঁলোকৰ তিনিটা সন্তান হ'ল ডনাল্ড জুনিয়ৰ, ইভাঙ্কা আৰু এৰিক । 1980ৰ দশকৰ শক্তি দম্পতী হিচাপে পৰিচিতি লাভ কৰিছিল । তেওঁ আটলাণ্টিক চিটিৰ এটা কেচিনো পৰিচালনা কৰাৰ লগতে ট্ৰাম্প টাৱাৰৰ নিৰ্মাণত সহায় কৰিছিল । ডনাল্ড ট্ৰাম্পে মাৰ্লা মেপলছক লগ পোৱাৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল । অৱশ্য়ে শেহতীয়াকৈ ইভানা ট্ৰাম্পে তেওঁৰ প্ৰাক্তন স্বামী ড'নাল্ড ট্ৰাম্পৰৰ সৈতে মধুৰ সম্পৰ্ক ৰক্ষা কৰিছিল ।

লগতে পঢ়ক:Dalai Lama in Jammu : চীনৰ পৰা মাতৃভূমিক পৃথক কৰিব বিচৰা নাই দালাই লামাই

Last Updated : Jul 16, 2022, 2:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.