ETV Bharat / bharat

Delhi Services Bill passed : লোকসভাত গৃহীত হ’ল দিল্লী সেৱা বিধেয়ক - লোকসভাত গৃহীত হ’ল দিল্লী সেৱা বিধেয়ক

বৃহস্পতিবাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত হয় ৷ বিধেয়কখন গৃহীত হোৱাৰ পিচতে বিৰোধী সাংসদসকলে সদনৰ পৰা ওলাই আহে ৷ সদনে বিধেয়কখন মঞ্জুৰ কৰাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছিল যে দিল্লীৰ জনসাধাৰণক ত্বৰান্বিত কৰিবলৈ এই বিধেয়কখন গৃহীত কৰা হৈছে ৷

delhi-services-bill-passed-in-lok-sabha-government-of-national-capital-territory-of-delhi-amendment-bill
লোকসভাত গৃহীত হ’ল দিল্লী সেৱা বিধেয়ক
author img

By

Published : Aug 3, 2023, 9:39 PM IST

নেশ্যনেল ডেস্ক, 3 আগষ্ট : অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিীৰ বাবে মোক্ষম আঘাত ৷ বৃহস্পতিবাৰে এক হুলস্থুলীয়া পৰিৱেশৰ মাজত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (সংশোধনী) বিধেয়ক, ২০২৩ গৃহীত হয় ৷ বিধেয়কখন গৃহীত হোৱাৰ পিচতে বিৰোধী সাংসদসকলে সদনৰ পৰা ওলাই আহে ৷ সদনে বিধেয়কখন মঞ্জুৰ কৰাৰ পূৰ্বে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উল্লেখ কৰিছিল যে দিল্লীৰ জনসাধাৰণক ত্বৰান্বিত কৰিবলৈ এই বিধেয়কখন গৃহীত কৰা হৈছে ৷

মুখ্যমন্ত্ৰী কেজৰিৱালে এক টুইটত উল্লেখ কৰে যে, "আজি লোকসভাত মই অমিত শ্বাহজীয়ে দিল্লীৰ জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়া বিধেয়কখনৰ ওপৰত ৰখা ব্যক্তব্য শুনিলো ৷ বিধেয়কখন সমৰ্থন কৰিবলৈ তেওঁলোকৰ হাতত এটাও বৈধ যুক্তি নাই ৷ তেওঁলোকে চালে বেৰে কোবাই বক্তব্য ৰাখিছে ৷ তেওঁলোকে এইটো ভালকৈয়ে জানে যে, তেওঁলোকে ভুল কৰি আছে ৷ এই বিধেয়কখনে দিল্লীৰ লোকসকলক দাসত্বলৈ ত্বৰান্বিত কৰাৰ বুদ্ধি পাঙিছে ৷ এখন বিধেয়কখনে অসহায় লোকসকলক অধিক অসহায় কৰি তুলিব ৷"

  • आज लोक सभा में अमित शाह जी को दिल्ली वालों के अधिकार छीनने वाले बिल पर बोलते सुना। बिल का समर्थन करने के लिये उनके पास एक भी वाजिब तर्क नहीं है। बस इधर उधर की फ़ालतू बातें कर रहे थे। वो भी जानते हैं वो ग़लत कर रहे हैं।

    ये बिल दिल्ली के लोगों को ग़ुलाम बनाने वाला बिल है। उन्हें…

    — Arvind Kejriwal (@ArvindKejriwal) August 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

পৰৱৰ্তী সময়ত আন এটা টুইটত কেজৰিৱালে 2013 চনৰ 2 ডিচেম্বৰত বিজেপি দিল্লীয়ে শ্বেয়াৰ কৰা এই টুইট উল্লেখ কৰি কয় যে, প্ৰতিবাৰেই বিজেপিয়ে দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে ৷ 2014 চনত প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কৈছিল যে, প্ৰধানমন্ত্ৰী হোৱাৰ পিচত তেওঁ দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিব ৷ কিন্তু আজি এই লোকসকলে দিল্লীৰ লোকসকলক বিশ্বাসঘাতকতা কৰিছে ৷ এতিয়াৰ পৰা মোদীজীৰ একো কথাকে বিশ্বাস নকৰিব ৷

  • हर बार बीजेपी ने वादा किया कि दिल्ली को पूर्ण राज्य का दर्जा देंगे। 2014 में मोदी जी ने ख़ुद कहा कि प्रधान मंत्री बनने पर दिल्ली को पूर्ण राज्य का दर्जा देंगे। लेकिन आज इन लोगों ने दिल्ली वालों की पीठ में छुरा घोंप दिया। आगे से मोदी जी की किसी बात पे विश्वास मत करना https://t.co/y1sCvbtZvU

উল্লেখ্য যে, দিনটোৰ আৰম্ভণিতে, ৱাই এছ আৰ চি পি আৰু বি জে ডিয়ে লোকসভাত বিধেয়কখন সমৰ্থন কৰিছিল ৷ কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে বিৰোধী সদস্যসকলৰ তীব্ৰ প্ৰতিবাদৰ মাজতো দিল্লী সেৱা অধ্যাদেশৰ সলনি লোকসভাত বিতৰ্কিত বিধেয়কখন উত্থাপন কৰিছিল ৷

বিধেয়কখনৰ সন্দৰ্ভত হোৱা বিতৰ্কত অংশগ্ৰহণ কৰি বি জে ডিৰ সদস্য পিনাকী মিশ্ৰাই কয় যে, সংসদৰ আইন প্ৰণয়ন কৰাৰ ক্ষমতা আছে আৰু উচ্চতম ন্যায়ালয়ক সিদ্ধান্ত ল'বলৈ দিয়া হৈছে যে এই আইন প্ৰণয়ন কৰা উপযুক্ত নে অনুপযুক্ত? এই আইনখন ওড়িশা, ৰাজস্থান আৰু পশ্চিম বংগৰ দৰে "পূৰ্ণ ৰাজ্য"ত প্ৰণয়ন কৰিব নোৱাৰি ৷ এয়া কেৱল দিল্লীৰ ৰাজধানী অঞ্চলৰ ক্ষেত্ৰতহে প্ৰণয়ন কৰিব পাৰি ৷

লগতে পঢ়ক: Pub G Terror: বিবাহিত মহিলাক বিয়াৰ প্ৰলোভন দি ধৰ্ষণ পাব জিত লগ পোৱা বন্ধুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.