মেষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ, লাভাৰ্জন ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷
বৃষ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷
মিথুন ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ লক্ষ্যত সফল ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷
কৰ্কট ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়ক ৷ স্বাস্থ্যৰ যতন লওক ৷
সিংহ ৰাশি : দিনটো শুভ ৷ বহু ব্যক্তি সৈতে সংযোগ হʼব পাৰে ৷ পছন্দ কাৰ্যই সহায় কৰিব ৷ নতুন বন্ধু লাভ ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ হʼব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
কন্যা ৰাশি : দিনটো কিছু কঠিন হʼব ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ পৰিয়ালৰ সৈতে তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সাৱধানতা অৱলম্বন কৰক ৷ মাতৃৰ যতন লওক ৷
তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ দূৰ ভ্ৰমণৰ যোগ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো আনন্দময় হʼব ৷
বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ জ্যেষ্ঠজনৰ পৰামর্শ গ্ৰহণ কৰক ৷ বিবাহৰ যোগ ৷ বিবাহ সংযোগত সফল লাভ ৷ প্ৰেমত শুভ ৷ বৈবাহিক জীৱন আনন্দময় ৷ নতুন কৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷
ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ ভ্ৰমণৰ যোগ ৷ ব্যৱসায়ত শুভ ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
মকৰ ৰাশি : দিনটো শুভ ৷ ধাৰ্মিক কাম-কাজৰ বাবে দিনটো শুভ ৷ খৰচ বৃদ্ধি ৷ আইন সংক্ৰান্তীয় নথিপত্ৰ সুস্থিৰে পঢ়ি চহী কৰিব ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ আবেগৰ বশৱৰ্তী নহ’ব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ যিজনে ধৈৰ্যশীল হয়, তেওঁ লাভৱান হ’ব ৷ পুৰণি ঘৰটো নকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে ৷
মীন ৰাশি : দিনটো সুখদায়ক আৰু প্ৰতিশ্ৰুতিপূৰ্ণ হ’ব ৷ প্ৰশংসা লাভ ৷ চাকৰিয়ালে হওক বা ব্যৱসায়ীয়ে হওক ইতিবাচক ফল লাভ হ’ব ৷ ঘৰত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিব ৷