ETV Bharat / bharat

Daily Horoscope for 5th June : আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল …

Daily Horoscope for 5th June
Daily Horoscope for 5th June : আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Jun 5, 2022, 5:00 AM IST

মেষ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হʼব ৷

বৃষ ৰাশি: নাম আৰু সুনাম হʼব ৷ ব্যৱসায় আৰু কাৰ্যত সফলতা লাভ কৰিব ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দৰে দিনটো পাৰ হʼব ৷

মিথুন ৰাশি: গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব ৷ দিনটো প্ৰায় ভাল হ’ব ৷ সফল হʼব ৷ আনন্দৰে দিনটো পাৰ হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি: আৱেগিক হৈ পৰিব পাৰে ৷ সফলতা লাভ ৷ ধৈৰ্যশীল, সহনশীল হ’লে সফল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি: লাভ বৃদ্ধি ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ভাগ্য ভাল ৷ ধন উপাৰ্জন কৰিব ৷ খৰচ বৃদ্ধি ৷

কন্যা ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হ’ব ৷ প্ৰেমত শুভ ৷ সৰু যাত্ৰা হ’ব পাৰে ৷

তুলা ৰাশি: দিনটো আনন্দৰে যাব ৷ পৰিয়ালৰ লগত আৰু প্ৰেমৰ লগত সম্পর্ক ভাল হʼব ৷ ব্যৱসায় কাৰ্যত সফলতা লাভ কৰিব ৷ প্ৰেমত মনোযোগ দিব ৷ বিবাহৰ বাবে ভাল দিন ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখিব ৷ দিনটো আনন্দৰে যাব ৷ এলেহুৱা-নিৰুৎসাহিত নহʼব ৷ বিবাহিত সকলৰ বাবে ভাল দিন ৷ পৰিয়ালৰ লগত সৰু ভ্ৰমণ হʼব পাৰে ৷

ধনু ৰাশি: নাম আৰু সুনাম হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ লক্ষ্যত উপনীত হ’ব ৷ প্ৰশংসা লাভ ৷ সফল হʼব ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি: প্ৰেমৰ অভিনয় নকৰিব ৷ খং-ৰাগে সম্পর্কত প্ৰভাৱ পেলাব ৷ প্ৰেমত মনোযোগ দিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ লগত আনন্দৰে দিনটো কটাব ৷ যুক্তিসূত্ৰৰে চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ সফল হʼব ৷

কুম্ভ ৰাশি: প্ৰতিযোগিতাৰ পৰা আঁতৰত থাকিব ৷ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ’ব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

মীন ৰাশি: মানসিক চিন্তা থাকিব আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ তথাপিও সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব ৷ প্ৰশংসা লাভ ৷ ব্যৱসায় কর্মত ব্যস্ততা বৃদ্ধি ৷ প্ৰেমত মনোযোগ দিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.