ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

author img

By

Published : Nov 2, 2021, 12:03 AM IST

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : দিনটো শুভ ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

মিথুন ৰাশি : দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে সাৱধানতা অৱলম্বন কৰক ৷ কৰো লগত তৰ্ক নকৰিব ৷ বিশেষকৈ মাতৃ আৰু মহিলা বন্ধুৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ ভ্ৰমনৰ যোগ আছে, কিন্তু ভ্ৰমন এসপ্তাহৰ বাবে বাতিল কৰক ৷ পানীৰ পৰা অলপ সাৱধানে থকা ভাল হ’ব ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ যুৱক-যুৱতীসকলৰ দিনটো ভাল, আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷ বজাৰ লৈ যাব পাৰে ৷ সন্তানৰ যতন লওক ৷

সিংহ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ পৰিয়ালৰ আৰু প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখিলে লক্ষ্যত সফল হ’ব ৷

কন্যা ৰাশি : দিনটো কন্যা সকলৰ বাবে মিশ্ৰ ফলদায়ক ৷ ভবা আৰু কৰা সকলো কামৰ উচিত ফল লাভ কৰিব ৷ যিয়ে নিজকে সুখী কৰাৰ লগতে আনকো সুখী কৰিব পাৰিব ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা যাব ৷ কষ্টৰ ফল লাভ ৷ ব্যৱসায় বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ দূৰৰ পৰা ভাল খবৰ পাব আৰু সেয়া ধন সম্পৰ্কিয় হ’ব ৷ ভ্ৰমন লাভদায়ক হ’ব ৷ বিবাহৰ যোগ আছে ৷

তুলা ৰাশি : দিনটো কিছু কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ ইয়াৰ প্ৰভাৱ কর্মত পৰিব পাৰে ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভাৰ্জন ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷

বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ অধ্যয়ন আৰু কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ ব্যৱসায়ীসকলে নতুন গ্ৰাহক লাভ কৰিব ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ হতাশ নহৈ পুনৰ চেষ্টা কৰিব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷

মকৰ ৰাশি : ব্যক্তিগত জীৱনত মনোযোগ দিয়ক ৷ কিছু খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ প্ৰভাৱ সম্পর্কত পৰিব পাৰে ৷ শান্ত হৈ কৰ্ম কৰক ৷ ইয়াৰ প্ৰভাৱ প্ৰেম আৰু ব্যক্তিগত জীৱনত পৰিব পাৰে ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ ভালদৰে যতন লওক ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

কুম্ভ ৰাশি : কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ত থকাৰ ভাল ফল পাব ৷ আপোনাৰ পছন্দ কাৰ্য বা ব্যৱসায় যোগদান কৰিব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায়ত সফল ৷

মীন ৰাশি : এলাহ ভাব পৰিহাৰ কৰক ৷ কঠোৰ কাৰ্য সহজতে কৰি সফলতা লাভ কৰিব পাৰিব ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.