মেষ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত ৷ এই কাৰ্যৰ দ্বাৰা কৰ্মত প্ৰভাৱৰ সম্ভাৱনা ৷ চাই-চিতি খৰচ কৰক ৷ ব্যয় হ্ৰাস ৷
বৃষ ৰাশি: খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ বহু ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সংযোগৰ সম্ভাৱনা ৷ নতুন পৰিকল্পনা নকৰিব ৷ দিনটো প্ৰায় শুভ ৷
মিথুন ৰাশি: সফলতা বিচাৰি চিন্তিত হোৱাৰ সম্ভাৱনা ৷ কঠিন পৰিস্থিতি স্বত্বেও মনোবল অটুট ৰাখক ৷ কর্মত মনোযোগ দিব ৷ জীৱনত সুখী হ'ব ৷
কৰ্কট ৰাশি: দিনটো শুভ ৷ কিছু পৰিমাণে চিন্তান্বিত হৈ থাকিব ৷ বিপদৰ আশংকা ৷ স্বাস্থ্য তথা খোৱা-বোৱাত যত্ন ল’ব ৷
সিংহ ৰাশি: পুৰণি প্ৰেম ঘূৰাই পোৱাৰ সম্ভাৱনা ৷ পত্নীৰ ক্ষেত্ৰত উপহাৰ লাভৰ সম্ভাৱনা ৷ আৰ্ট আৰু নতুন বিষয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহ প্ৰকাশ ৷
কন্যা ৰাশি: দিনটো শুভ৷ নিজৰ বাবে উচিত সিদ্ধান্ত গ্ৰহণ ৷ আনৰ পৰা পৰামৰ্শ নল'ব ৷ খং-ৰাগ পৰিহাৰ কৰক ৷
তুলা ৰাশি: দিনটো প্ৰায় শুভ ৷ নতুন কাপোৰ কিনিব পাৰে ৷ প্ৰেমত শুভ ৷ কৰ্মই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ প্ৰেমত গুৰুত্ব দিয়ক ৷
বৃশ্চিক ৰাশি: কৰ্ম-ব্যৱসায়ত লোকচানৰ আশংকা ৷ কিন্তু হতাশ নহ’ব ৷ সফলতা লাভৰ বাবে পৰিশ্ৰমৰ প্ৰয়োজন ৷
ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দৰ দিন ৷ কৰ্মত সফলতা লাভ ৷ বিবাদৰ অন্ত ৷
মকৰ ৰাশি: দিনটো শুভ ৷ কৰ্মত সফলতা লাভ ৷
কুম্ভ ৰাশি: বন্ধু তথা প্ৰেমাস্পদৰ লগত সময় কটাব ৷ বিপদৰ আশংকা কম ৷ কৰ্মজীৱনত পদোন্নতিৰ সম্ভাৱনা ৷ সফলতা লাভ ৷
মীন ৰাশি: খৰচ বৃদ্ধি ৷ টকা-পইচাৰ ক্ষেত্ৰত অনিশ্চয়তাত ভোগাৰ সম্ভাৱনা ৷