ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Nov 26, 2021, 6:02 AM IST

মেষ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে নিশাৰ খানা ভাল হʼব ৷

বৃষ ৰাশি : দিনটো প্ৰায় শুভ ৷ ব্যৱসায়ত শুভ ৷ প্ৰশংসা লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি : দিনটো শুভ ৷ নিজৰ কর্মত মুক্ত অনুভৱ কৰিব ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ প্ৰশংসা লাভ ৷

কৰ্কট ৰাশি : আৱেগক নিয়ন্ত্ৰণ কৰক ৷ কৰ্ম জীৱনত ভাল সফলতা লাভ ৷ মনোৰঞ্জন মূলক কাৰণত খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : ব্যৱসায়ত শুভ ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷

কন্যা ৰাশি : কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ বন্ধু-বৰ্গৰ সৈতে দিনটো শুভ হʼব ৷

তুলা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷ বিবাহিত সকলৰ বাবে দিনটো শুভ ৷

বৃশ্চিক ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ শান্ত হৈ কর্ম কৰক ৷

ধনু ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ভাল সফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷

মকৰ ৰাশি : যুক্তিৰে সকলো কথা বিবেচনা কৰিব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷

কুম্ভ ৰাশি : দিনটো মধ্যমীয়া ৷ মানসিক অশান্তি হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সম্পর্ক প্ৰায় শুভ ৷ প্ৰশংসা লাভ ৷ ব্যস্ত কৰ্মসূচীৰ মাজতো প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

মীন ৰাশি : নিজৰ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.