ETV Bharat / bharat

Daily horoscope for 25th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 25, 2022, 5:31 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-25th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: বন্ধুত্বপূৰ্ণ মনোভাৱেৰে দিনটো কটাব ৷ সাম্ভাব্য বিবাদৰ পৰা এৰাই চলিব পাৰিব ৷ যিটো আনৰ বাবেও লাভজনক হ’ব ৷ লিখক আৰু শিল্পীসকলৰ বাবে ফলপ্ৰসূ হ’ব ৷ ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক হ’ব ৷ মধ্যাহ্নৰ পিছত মানসিক অস্থিৰতাই দেখা দিব ৷ বন্ধুবৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ পৰিয়ালৰ লগত আনন্দেৰে সময় কটাব ৷

বৃষ ৰাশি: আৰ্থিক লাভ হোৱাৰ সম্ভাৱনা আছে ৷ মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব; পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাওক ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যাত ভূগিব ৷ সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰাৰ প্ৰচেষ্টা কৰক ৷

মিথুন ৰাশি: সাৱধানেৰে চলক ৷ ঘৰত বিৰোধিতাৰ সন্মূখীন হ’ব পাৰে ৷ মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব ৷ ঘৰুৱা পৰিৱশ শান্ত হ’ব ৷ মনোবল বৃদ্ধি পাব ৷ ব্যয় বৃদ্ধি ৷

কৰ্কট ৰাশি: ব্যৱসায়ত লাভ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দুপৰীয়াৰ পিছত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে ৷ চকুৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ দুৰ্ঘটনা আৰু অঘটন হোৱাৰ পৰা সতৰ্ক থাকক ৷

সিংহ ৰাশি: নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা অতি শুভ দিন ৷ সকলো অসম্পূৰ্ণ কাম পূৰণ হ’ব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ত শুভ হ’ব ৷ বেতন বৃদ্ধি ৷ পৰিয়ালৰ লগত সম্পৰ্ক ভাল হ’ব ৷

কন্যা ৰাশি: দীঘলীয়া ভ্ৰমণ কৰিব পাৰে ৷ স্বাস্থ্যৰ যত্ন লওক ৷ কৰ্মস্থলীত জ্যেষ্ঠসকলৰ পৰা সমৰ্থন পাব ৷ দিনটো আনন্দৰে কটাব ৷ মানসিক শান্তি লাভ কৰিব ৷ চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে ৷

তুলা ৰাশি: কামৰ বোজা বৃদ্ধি ৷ শাৰীৰিক আৰু মানসিক উদ্বিগ্নতা হ’ব পাৰে৷ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব ৷ অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ ভ্ৰমণত বাধাৰ সন্মূখীন হ’ব পাৰে ৷ দূৰত থকা আত্মীয়ৰ পৰা ভাল আহিব পাৰে ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে ৷ ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে ৷

বৃশ্চিক ৰাশি: ৰাতিপুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব ৷ বন্ধু আৰু সম্পৰ্কীয় লোকৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণ কৰিব ৷ হঠাতে মানসিক আৰু শাৰীৰিক অস্থিৰতা অনুভৱ কৰিব ৷ দুপৰীয়াৰ পিছত খাদ্যৰ যত্ন লওক ৷ ভ্ৰমণত বাধাৰ সন্মূখীন হ’ব পাৰে ৷

ধনু ৰাশি: দিনটো সুখৰ হ’ব ৷ আগতে অসম্পূৰ্ণকৈ এৰা সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ আকস্মিক আৰ্থিক লাভ হ’ব পাৰে ৷ পাৰিবাৰিক জীৱন আনন্দৰ হ’ব ৷ ব্যৱসায়ীসকলে বাণিজ্যত প্ৰগতি লাভ কৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে ৷

মকৰ ৰাশি: কামৰ ফল আশা কৰা মতে নাপাব পাৰে ৷ কামৰ প্ৰতি আগ্ৰহ বাঢ়িব ৷ সকলোৰে লগত সম্পৰ্ক আনন্দদায়ক হ’ব ৷ স্বাস্থ্য ভালে থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক ৷ দুপৰীয়াৰ পিছত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব ৷ অসুস্থ হৈ থকা সকলৰ স্বাস্থ্য উন্নত হ’ব ৷ যাত্ৰাত আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ মাতৃগৃহৰ পৰা ভাল খবৰ পাব পাৰে ৷ সহকৰ্মীসকলে কামত সহায় কৰিব ৷

কুম্ভ ৰাশি: শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে এটা ভাল দিন ৷ চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ মানসিকভাৱে সুস্থিৰ হৈ থাকিব ৷ কামৰ বাবে অসাধাৰণভাৱে সফল হ’ব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক; পেটৰ অসুখৰ সম্ভাৱনা আছে ৷ লিখা-পঢ়াৰ বাবে এটা ভাল দিন ৷

মীন ৰাশি: কাল্পনিক জগতত বাস কৰাৰ সম্ভাৱনা আছে ৷ সৃজনমূলক কামত সফল হ’ব ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ ভাল সুযোগ পাব ৷ মনোযোগ আৰু আত্ম-বিশ্বাসেৰে দৈনিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব ৷ শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.