ETV Bharat / bharat

Daily Horoscope For 23rd April: আপোনাৰ দিনটোৰ ৰাশিফল - ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day) ৷

Daily Horoscope For 23rd April 2023
আপোনাৰ দিনটোৰ ৰাশিফল
author img

By

Published : Apr 23, 2023, 5:01 AM IST

মেষ ৰাশি: দিনটো আপোনাৰ বাবে প্ৰায় গতানুগতিকভাৱে চলি থাকিব ৷ অলপ আনন্দ কৰক, আপোনাৰ বাবে সময় থিকেই আছে ৷ গণেশৰ উপদেশ মতে ৰাস্তাৰ লোভনীয় খাদ্য সম্ভাৰৰ পৰা আতৰি থাকক ৷ এই অভ্যাসে আপোনাৰ শৰীৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাবনা আছে ৷ এই সকলোবোৰৰ উপৰিও আপোনাৰ মন আপোনাৰৰ বাঢ়ি অহা খৰচৰ বাবে চিন্তিত থাকিব ৷ খৰচৰ চিন্তা আওকাণ কৰক অন্যথা ই আপোনাৰ শৰীৰৰ ওপৰত কু-প্ৰভাৱ পেলাব ৷ যোগাভ্যাসৰ দ্বাৰা মানসিক শান্তি লাভ কৰিব পাৰিব ৷ আপোনাৰ মিঠাকৈ কথা কোৱাৰ অভ্যাস পুনৰ মনত পেলাওক ৷ কৰ্মক্ষেত্ৰত মহিলা সহকৰ্মীসকলৰ সৈতে মিলামিচাই আপোনাৰ মনত আনন্দৰ অনুভৱে উপচায় পেলাব ৷

বৃষ ৰাশি: আপোনাৰ ভাগ্য তৰা উদয় হৈছে , শান্তভাৱে অপেক্ষা কৰক ৷ আপুনি নিজৰ ভিতৰত গভীৰ আত্মবিশ্বাসৰ অনুভৱ কৰিব ৷ যিয়ে আপোনাৰ কৰ্মক্ষেত্ৰতো প্ৰভাব পেলাব আৰু কামত মন দিব পাৰিব ৷ যাৰ ফলত আপুনি আপোনাক দিয়া কাম সুন্দৰভাবে আৰু সহজে শেষ কৰিব পাৰিব ৷ এই সময় টকা পইচা অহাৰ উপযুক্ত সময় ৷ পাৰিবাৰিক জীৱন সুন্দৰভাৱে হাঁহি ফুৰ্তিৰে পাৰ হ'ব ৷ সঁচাকৈ ক'বলৈ হ'লে অপোনাৰ বাবে অতি সুন্দৰ দিন ৷

মিথুন ৰাশি: গণেশৰ মতে, আপোনাৰৰ জীৱনত এতিয়া এটাই লক্ষ্য, যুঁজক আৰু জিকক ৷ সোতৰ লগত উটি যাওক ৷ কথা কওতে সাবধান হওক অৰু খঙক দমন কৰিবলৈ শিকক অন্যথা সকলো কাম বিফল হ'ব ৷ শৰীৰিক অসুস্থতা বৃদ্ধি হ'ব ৷ পৰিয়ালত ভুল বুজাবুজিৰ সৃষ্টি হ'ব ৷ বন্ধুৰ লগতো একে অবস্থা হ'ব পাৰে ৷ আপোনাৰ পুত্ৰৰ লগত ভুল বুজাবুজি হ'বপাৰে আৰু আপুনি তেওক আঘাট দিয়াৰ সম্ভাৱনা আছে ৷ চকুৰ অসুখত ভুগিব পাৰে গতিকে চকুৰ দৰব হাতত পোৱাকে ৰাখিব ৷ দুৰ্ঘটনা আৰু খৰচ দুয়োতাৰ সম্ভাবনা আছে গতিকে সাবধানে থকা ভাল হ'ব ৷

কৰ্কট ৰাশি: এই সময়খিনি আপোনাৰ আশাবোৰ পূৰ্ণ হোৱাৰ উপযুক্ত সময় ৷ ব্যৱসায় বাণিজ্যত উন্নতি কৰাৰ উপযুক্ত সময় ৷ ধন বৃদ্ধি হ'ব ৷ টকা জমা কৰাৰ উপযুক্ত সময় ৷ বহুত দিনৰ মূৰত পূৰণি বন্ধু লগ পায় আনন্দিত হ'ব ৷ সকলো বন্ধু লগ হৈ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰক ৷ আপোনাৰ ভাগ্য উদয় হৈছে আৰু আপুনি এইকেইদিনতে কোনো বিশেষ জনক লগ পোৱাৰ সম্ভাৱনা আছে ৷ পৰিয়ালক আনন্দিত কৰিবলৈ এটা সৰু বনভোজৰ আয়োজন কৰক , আনন্দৰে দিন পাৰ কৰক ৷

সিংহ ৰাশি: আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰৰ কামৰ প্ৰতি থকা হেপাহে উপযুক্ত ফল প্ৰদান কৰিব ৷ আপুনি আপোনাৰ কাম সথিক সময়ত পূৰ্ণ কৰিব পাৰিব ৷ ভাগ্য তৰাই ভাল ফল দেখুৱাব আৰু আপুনি পদোন্নতি লাভ কৰিব ৷ তাৰ লগে লগে পৈত্বিকসম্পতি লাভ কৰাৰ যোগ আছে ৷ সিংহৰ দৰে খেল আৰু আন স্থানত নিজৰ দখ্যতা দেখুৱাব পাৰিব ৷ ধনাগমণৰ উপযুক্ত সময় আৰু চৰকাৰী কাকতিয়াল কামত সফল হ'ব ৷

কন্যা ৰাশি: দিনটো প্ৰাথৰ্না আৰু ধৰ্মীয় কামেৰে আৰম্ভ কৰক আৰু মন্দিৰ দৰ্শন কৰক , গণেশৰ কৃপাত দিনটোলৈ কোনো ধৰণৰ বিপদ বিঘিনিৰ প্ৰৱেশ নঘটে ৷ বন্ধুক লগ কৰক, বিশেষকে মহিলা বন্ধু সকলে আপোনাৰ মুখত হাঁহি বিৰিঙাব ৷ আপোনাৰ সহোদৰসকলেও আপোনাক আনন্দ প্ৰদান কৰিব ৷ আপোনাৰৰ সফলতাৰ সময় আৰম্ভ হৈছে বুলি ক'ব পাৰি ৷ দূৰৰ পৰা সূসংবাদ আহিব ৷ আনন্দ কৰক আৰু সুখী হওক ৷

তুলা ৰাশি: সাৱধানৰ মৰণ নাই ৷ এইটো মনত ৰখা দৰকাৰ যে আপোনাৰ তিতা মাতে কাৰবাৰ হৃদয় ভাঙি পেলাব পাৰে সাবধান! খং আৰু উত্তেজনায় একো কাম সফল নকৰে ৷ যোগ ধ্যান আৰু প্ৰাৰ্থনাৰ দ্বাৰা আপোনাৰ মন স্থিৰ কৰিব পাৰিব ৷ বে-আইনী বা নকৰিবলগীয়া কোনো কাম নকৰিব ৷ সেইবিলাকে আপোনাৰ বিপদ বেছি বঢ়াবহে ৷এই সময়ত নতুন সম্পৰ্কত বান্ধ নোখোৱাই উত্তম ৷ খৰচৰ সম্পূৰ্ণ হিচাব ৰাখক নহ'লে আপুনি অসুবিধাত পৰিব পাৰে ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো হাঁহি-ফুৰ্তি, আনন্দ আৰু মনোৰঞ্জনৰ বাবে । বাহিৰত ফুৰিবলৈ, বিশেষকৈ কোনো বনভোজনত যাব পাৰে। বিলাসিতাৰে সময় কটোৱাৰ সম্ভাৱনা আছে আপোনাৰ । গাড়ী চলাই ক’ৰবাত ফুৰিবলৈ যাব পাৰে, ভাল খাদ্য ভোজন কৰিব পাৰে, বা কোনো কোনো নিমন্ত্ৰণত যাব পাৰে। জনপ্ৰিয়তা আৰু সন্মান বৃদ্ধি পাব ।

ধনু ৰাশি: গণেশৰ কৃপাত আপোনাৰ শৰীৰ , ধন আৰু সুখ বৃদ্ধি হ'ব৷পৰিয়ালৰ মিলাপ্ৰীতিয়ে আপোনাক কাম কৰিবলৈ উৎসাহিত কৰিব ৷কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মী সকলৰ সহযোগত কামত সফলতা অৰ্জন কৰিব পাৰিব ৷ প্ৰচুৰ ধনৰ আগমনৰ যোগ ৷ শেষত এইটোৱেই কবলৈ বিচৰা হৈছে যে হাঁহিমূখে সকলো কাম কৰি গলে সকলো কাম সফল হ'ব ৷

মকৰ ৰাশি: এই কেইটা দিন আপোনাৰ উদ্দিগ্নতা আৰু চিন্তাতে পাৰ হ'ব ৷ আপোনাৰ পিতৃ মাতৃ বা সন্তানৰ স্বাস্থ্য আৰু তেওলোকৰ লগত হোৱা মনোমালিন্য তাৰ প্ৰধান কাৰণ হ'বপাৰে ৷ এই কাৰণত আপোনাৰ কোনো সীদ্ধান্ত গ্ৰহন কৰিব ক্ষমতা লোপ পাব ৷ আপোনাৰ কামেৰে আপোনাৰ ওপৰৱালাক আনন্দিত কৰাত আপুনি ব্যৰ্থ হ'ব ৷ আপোনাৰ বন্ধু আৰু প্ৰতিদন্দী সকলৰ লগত বাদ-বিবাদৰ পৰা অলপ আতৰি থাকক ,শান্ত হৈ থাকক আৰু সময়খিনি পাৰ হৈ যাবলৈ দিয়ক ৷

কুম্ভ ৰাশি: এইকেইদিনত আপুনি মানসিকভাৱে যেন অলপ ভাগি পৰিব, আৰু মনত গভীৰ দূখ অনূভব কৰিব ৷ ছাত্ৰ-ছাত্ৰী সকলৰ দিন ভাল ৷ তেওলোকে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সূবিধা লাভ কৰিব ৷ সকলো সুন্দৰী নাৰীয়ে তেওঁলোকৰ ভালপোৱা কাম কৰিবলৈ সূবিধা লাভ কৰিব ৷ কিন্ত এটা কথা মনত ৰাখিব জোখতকৈ বেচি খৰচে তেওলোকৰ বেংক খালীও কৰিব পাৰে ৷ মাটি সম্পতি কিনাৰ ক্ষেত্ৰত আলপ দিন ধৈয্য ধৰা ভাল ৷ এই সময়খিনি আপোনাৰ বাবে শিশু সুলভ আচৰণ বাদ দি অলপ প্ৰাপ্তবয়স্ক হোৱাৰ সময় ৷

মীন ৰাশি: গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বাবে আজিৰ দিনটোৰ সদব্যৱহাৰ কৰক । আজি সকলো কাম আপোনাৰ অনুকূলত থাকিব । আজি গোটেই দিন আপুনি সৃজনশীল আৰু প্ৰত্যুত্পন্নতি হৈ থাকিব । আপোনাৰ চিন্তাধাৰা স্পষ্ট আৰু স্বচ্ছ থাকিব । যাৰ ফলত আপুনি নিজৰ দায়িত্বক সহজতে পালন কৰিব পাৰিব । বন্ধুৰ সৈতে আনন্দদায়ক ভ্ৰমণ হ’ব পাৰে । প্ৰেম আৰু বুজাবুজিৰ সম্পৰ্ক অধিক ভাল হৈ গৈ থাকিব । আপোনাৰ ৰাজহুৱা ভাৱমূৰ্তি অধিক স্বচ্ছ হ’ব আৰু জনপ্ৰিয়তা বৃদ্ধি পাব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.