ETV Bharat / bharat

Daily Horoscope for 23rd April : আজিৰ দিনটোৰ ৰাশিফল - আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-23rd-april-2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Apr 23, 2022, 5:02 AM IST

মেষ ৰাশি : নতুন দায়িত্ব বহন কৰিব ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কাৰ্যত ভাগৰুৱা অনুভৱ ৷ হতাশাত ভুগিব পাৰে ৷

বৃষ ৰাশি : নতুন অধ্যয়নৰ ফলত সক্ৰিয়তা অনুভৱ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দ লাভ ৷ প্ৰতিভা বিকাশ হ'ব ৷ গীত,নৃত্য,কবিতা আদিৰ ক্ষেত্ৰত সফলতা অৰ্জন ৷

মিথুন ৰাশি : আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ সন্ধিয়া ভ্ৰমণৰ যোগ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ বাবে শুভ দিন ৷

কৰ্কট ৰাশি : কৰ্মজীৱনত বিশেষ প্ৰভাৱ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক অন্যথা বিপদত পৰিব পাৰে ৷

সিংহ ৰাশি : আনৰ সু-পৰামৰ্শ লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দ লাভ কৰিব পাৰে ৷ প্ৰশংসা লাভ কৰিব ৷ দিনটো শুভ ৷ প্ৰিয়জনৰ সৈতে সময় কটাব ৷ খৰচ বৃদ্ধি ৷

কন্যা ৰাশি : পৰচৰ্চাৰ পৰা বিৰত থাকক অন্যথা বিপদত পৰিব পাৰে ৷ খৰচ বৃদ্ধি ৷ বন্ধু আৰু প্ৰিয়জনৰ সৈতে সময় কটাব ৷ বাহিৰা খাদ্য বৰ্জন কৰক ৷

তুলা ৰাশি : শুভবাৰ্তা লাভ কৰিব । বন্ধুৰ সৈতে সময় পাৰ কৰিব | প্ৰেমৰ সম্পর্কত মনোযোগ দিয়ক ৷

বৃশ্চিক ৰাশি : শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত দিনটো শুভ ৷ অধ্যয়নৰ বাবে বাহিৰা ঠাইলৈ যোৱাৰ সম্ভাৱনা ৷ কাৰ্যভাৰ বৃদ্ধি ৷ আজি আপোনাৰ ভাগ্য উদয় হ'ব ৷ ধন লাভ ৷

ধনু ৰাশি : বাদ-বিবাদবোৰ আওকাণ কৰক ৷ সতৰ্কতা অৱলম্বন কৰক ৷ আজি আপুনি সঠিক সিদ্ধান্ত গ্ৰহণ কৰা উচিত । আনৰ পৰামৰ্শ নল’ব ৷ কর্মক্ষেত্ৰত শান্ত থাকক ৷ খং-ৰাগ পৰিত্যাগ কৰক ৷

মকৰ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফলত সুফল লাভ ৷ ধৈৰ্যশীল হ'লে লাভৱান হ’ব ৷ খং-ৰাগৰ বাবে আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত থাকক ৷

কুম্ভ ৰাশি : লক্ষ্মী মাৰ কৃপাত সামাজিক ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা ৷ ব্যৱসায়ত উন্নতি ৷ মহিলা বন্ধুৰ সৈতে নতুন সম্পৰ্ক হোৱাৰ সম্ভাৱনা ৷ ভ্ৰমণৰ যোগ ৷ বিবাহৰ উপযুক্ত প্ৰাৰ্থীৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে ৷ বৈবাহিক সম্বন্ধত উন্নতি ৷

মীনৰাশি : কৰ্মজীৱনত মানসিক চিন্তা হʼব পাৰে ৷ শুভবাৰ্তা লাভ কৰিব । সফলতা অৰ্জন ৷ কৰ্মত মনোযোগ দিব ৷ লক্ষ্যত উপনীত হ'ব ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.