মেষ ৰাশি : ব্যৱসায়ত মনোযোগ দিব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷
বৃষ ৰাশি: কোনো কামত সফলতা লাভ কৰিব ৷ প্ৰেমত শুভ ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ দিনটো প্ৰায় ভাল হʼব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷
মিথুন ৰাশি: প্ৰেমত শুভ ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ দিনটো প্ৰায় ভাল হʼব ৷ ভাগ্য ভাল ৷ উপাৰ্জন বৃদ্ধি ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ লাভ বৃদ্ধি ৷
কৰ্কট ৰাশি: দিনটো ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ কোনো বিষয়ত চিন্তিত হৈ থাকিব ৷ কথা কোৱাৰ সময়ত সতৰ্কতা অৱলম্বন কৰিব ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ ভ্ৰমণৰ পৰিকল্পনা নকৰাই ভাল ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি: যুক্তিৰে সমস্যাৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ কোনো সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷
কন্যা ৰাশি: ব্যৱসায়ৰ ক্ষেত্ৰত নতুন পৰিকল্পনা হাতত ল’ব পাৰে ৷ প্ৰেমত ভাল ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা হৈ পৰিব পাৰে ৷ দিনটো সক্ৰিয় অনুভৱ হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷
তুলা ৰাশি: কর্ম ব্যস্ততাই ব্যক্তিগত জীৱনক প্ৰভাৱ পেলাব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷ আবেলি প্ৰায় ভাল হʼব ৷
বৃশ্চিক ৰাশি: নিজৰ মনৰ শুনিব ৷ প্ৰেমত মনোযোগ দিব ৷ চৰকাৰী কাম-কাজত সফল হʼব ৷ নতুন ব্যৱসায় আৰম্ভ কৰিলে সফল হʼব ৷ পৰিয়ালক উপাসনাস্থলীত আহিবলৈ কেতিয়াও বাধা নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা কৰক ৷ সমনীয়াৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷ খৰচ বৃদ্ধি ৷
ধনু ৰাশি: ভাগ্য ভাল ৷ উপাৰ্জন বৃদ্ধি ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ কৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ লাভ বৃদ্ধি ৷
মকৰ ৰাশি: দিনটো প্ৰায় ভাল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফল লাভ কৰিব ৷ দিনটো আনন্দৰে পাৰ হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ শিক্ষার্থীসকলৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মিব ৷ প্ৰেমত শুভ ৷ বিয়া আৰু সংযোগত সফল হʼব ৷ বিবাহিত জীৱন আনন্দময় হʼব ৷
কুম্ভ ৰাশি: সতৰ্কতা অৱলম্বন কৰিব ৷ দিনটো প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ নাম আৰু সুনাম লাভ কৰিব ৷ প্ৰেমত শুভ ৷
মীন ৰাশি: কোনো কোনো ক্ষেত্ৰত এলেহুৱা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়ে কৰ্মক্ষেত্ৰত প্ৰভাৱ পেলাব ৷ বিপদত পৰিব পাৰে ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হ’ব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰিব ৷