ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Sep 17, 2021, 12:01 AM IST

মেষ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷

বৃষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ কিছু সতৰ্কতা অৱলম্বন কৰক ৷ ভ্ৰমণ বাতিল কৰক ৷ শৰীৰৰ যতন লওক ৷ সঠিক সময়ত খাদ্য খাওক আৰু বিশ্ৰাম গ্ৰহণ কৰক ৷ ধ্যান কৰক ৷

মিথুন ৰাশি : দিনটো আপোনাৰ পক্ষত নাই ৷ কাৰো পৰামৰ্শ নল’ব ৷ দিনটো শান্ত হৈ থাকক ৷ আৰ্থিক স্থিতি অনুন্নত ৷ সাৱধানতা অৱলম্বন কৰক ৷

কৰ্কট ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ আৰ্থিক স্থিতি উন্নত ৷ স্বাস্থ্য উন্নত ৷ ভ্ৰমণত শুভ ৷

সিংহ ৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত পদোন্নতি লাভ ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ লক্ষ্যত সফল ৷ আৰ্থিক স্থিতি উন্নত ৷

কন্যা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক ৷ স্বাস্থ্যৰ যতন লওক ৷ খং নিয়ন্ত্ৰণ কৰক ৷

তুলা ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ সতৰ্ক থাকক ৷ মাতৃৰ যতন লওক ৷ আৰাম কৰক ৷ গ্ৰহৰ স্থান অনুন্নত ৷

বৃশ্চিক ৰাশি : দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব ৷ দিনটো আপোনাৰ বাবে সৌভাগ্যশালী হ’ব ৷ প্ৰিয় বন্ধুৰ সৈতে সাক্ষাৎ ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্যৰ অৱনতি ৷ মানসিক অশান্তিৰ সম্ভাৱনা ৷

মকৰ ৰাশি : দিনটো শুভ ৷ ধৰ্মীয় কামত অংশগ্ৰহণ কৰক ৷ প্ৰিয় বন্ধুৰ পৰা উপহাৰ পাব পাৰে ৷ কৰ্মক্ষেত্ৰত মনোবল বৃদ্ধি ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ ভ্ৰমণৰ যোগ ৷ বিবাহৰ যোগ ৷ দাম্পত্য জীৱন সুখৰ ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্য মধ্যমীয়া ৷ ধৈৰ্যশীল, সহনশীল হওক ৷ যিজনে ধৈৰ্যশীল হ’ব, তেওঁ লাভৱান হ’ব ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ হানিকাৰক আলোচনাই জীৱনত প্ৰভাৱ পেলাব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.