ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Sep 16, 2021, 12:01 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ পৰচৰ্চা কৰাৰ পৰা বিৰত থাকক ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷

বৃষ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ গ্ৰহৰ স্থান আপোনাৰ পক্ষত নাই ৷ অৱশ্যে অৰ্থনৈতিক স্থিতি উন্নত ৷ যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থাকক ৷ কৰ্মজীৱনত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷

মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ মন পচন্দৰ কৰ্মই আনন্দিত দিব ৷ অৰ্থনৈতিক লেনদেনৰ পৰা বিৰত থাকক ৷ যোগাসন কৰক, মানসিক শান্তি লাভ ৷

কৰ্কট ৰাশি : দিনটো আনন্দময় ৷ কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবৱেশে আপোনাৰ মন সলনি কৰিব পাৰে । মানসিক আৰু শাৰীৰিক স্থিতি উন্নত ৷ ব্যৱসায়ত সফল ৷

সিংহ ৰাশি : অপৰিচিত লোকৰ পৰা আঁতৰত থাকক ৷ দিনটো প্ৰায় শুভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷

কন্যা ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ শাৰীৰিক অৱস্থা বেয়া ৷ নিয়োজিত কাম সময় মতে সম্পাদন কৰক ৷ হতাশ নহ’ব ৷ সন্তানৰ যতন লওক ৷ ভ্ৰমণ বাতিল কৰক ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ যতন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷

বৃশ্চিক ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ প্ৰেমত মনোযোগ দিয়ক ৷

ধনু ৰাশি : দিনটো শুভ ৷ আৰ্থিক স্থিতি উন্নত যদিও অ-প্ৰয়োজনীয় কামৰ পৰা বিৰত থাকক ৷ কৰ্মত সফলতা ৷ সন্ধিয়া মন্দিৰ দৰ্শন কৰিব পাৰে ৷ ঘৰত তথা কৰ্মস্থলীত মানসিক চাপ অনুভৱ কৰিব ।

মকৰ ৰাশি : দিনটোৰ প্ৰথমভাগত কিছু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷ ব্যক্তিগত সম্পৰ্কত ফাঁট মেলিব পাৰে ৷ প্ৰিয়জনৰ সৈতে বিবাদত লিপ্ত হোৱাৰ সম্ভাৱনা ৷ দিনটোৰ দ্বিতীয়ভাগত ঘৰুৱা পৰিস্থিতি উন্নত ৷ অৱশ্যে বিবাহিত জীৱন সুখৰ ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ পৰিয়াল তথা প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷ লক্ষ্যত সফল ৷

মীন ৰাশি : দিনটো মধ্যমীয়া ৷ আয় বৃদ্ধি ৷ জ্যেষ্ঠজনৰ সৈতে সম্পৰ্ক উন্নত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.