ETV Bharat / bharat

Daily Horoscope for 10th July: আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

author img

By

Published : Jul 10, 2022, 5:11 AM IST

daily-horoscope-for-10th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আধ্যাত্মিকতাৰ সন্ধানত ব্যস্ত হৈ থাকিব ৷ ভাবিচিন্তি কথা ক’ব ৷ শব্দ ব্যৱহাৰত সজাগ হ’ব ৷ নতুন কোনো কাম আৰম্ভ নকৰিব ৷ প্ৰতিপক্ষৰ পৰা দূৰত থাকিব ৷ লাভবান হ’ব ৷

বৃষ ৰাশি: পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ ব্যৱসায়ত অধিক উন্নতি কৰিব ৷ সন্মান লাভ ৷ ব্যক্তিগতভাৱে ধন অৰ্জন কৰিব ৷

মিথুন ৰাশি: নাম-যশ বৃদ্ধি পাব পাৰে ৷ ঘৰুৱা পৰিৱেশ আনন্দদায়ক ৷ পৰ্যাপ্ত ধন লাভ কৰিব পাৰে ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ হ’ব ৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহযোগিতা লাভ কৰিব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ কথা কওঁতে সতৰ্কতা অৱলম্বন কৰিব ৷

কৰ্কট ৰাশি: ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ চিন্তিত হৈ থাকিব ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ অনাৱশ্যক তৰ্ক এৰাই চলক ৷ সম্ভৱ হ’লে ভ্ৰমণৰ পৰিকল্পনা পিছুৱাই দিয়ক ৷

সিংহ ৰাশি: সাৱধান হৈ থাকক ৷ মাতৃৰ সৈতে সম্পৰ্ক বেয়া হৈ যাব পাৰে ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক ৷ কাগজপত্ৰৰ কাম আৰু পানীৰ ক্ষেত্ৰত সতৰ্ক থাকক ৷ ভাগ্য বেয়া ৷

কন্যা ৰাশি: শৰীৰ আৰু মন দুয়োটা সুস্থ হৈ থাকিব ৷ প্ৰিয়জনৰ সৈতে সময় কটাব পাৰিব ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি: মনটো উত্ৰাৱল হৈ থাকিব, যাৰ ফলত কোনো স্পষ্ট সিদ্ধান্ত ল’ব নোৱাৰিব ৷ গুৰুত্বপূৰ্ণ কাম হাতত নল’ব ৷ আঁকোৰগোজ স্বভাৱে অসুবিধাত পেলাব ৷ স্বাস্থ্যৰ যতন ল’ব লাগিব ৷

বৃশ্চিক ৰাশি: শাৰীৰিক আৰু মানসিকভাৱে অদম্য হৈ থাকিব ৷ তৰ্ক-বিতৰ্কৰ পৰা আঁতৰত থাকক ৷ সন্মান লাভ ৷ ব্যক্তিগতভাৱে ধন অৰ্জন কৰিব ৷

ধনু ৰাশি: খং নিয়ন্ত্ৰণ নাৰাখিলে কোনো সমস্যাত পৰিব পাৰে ৷ কথা আৰু খং নিয়ন্ত্ৰণ কৰিব ৷ নহ’লে গোটেই দিনটো তৰ্ক-বিতৰ্ক আৰু স্পষ্টীকৰণ দিওঁতে দিওঁতে পাৰ হৈ যাব ৷ মানসিকভাৱে বেয়া লাগি থাকিব ৷ স্বাস্থ্যও বৰ ভালে নাথাকিব ৷

মকৰ ৰাশি: কোনো ঘনিষ্ঠ বন্ধুক লগ পাব পাৰে ৷ বিবাহৰ বাবে উপযুক্ত সময় ৷ ভ্ৰমণত শুভ ৷ ব্যৱসায়ত শুভ ৷ বিলাসিতাৰ নামত অধিক ব্যয় হ’ব ৷

কুম্ভ ৰাশি: শৰীৰ আৰু মন শান্তিত থাকিব ৷ সকলো কাম ভালে ভালে হ’ব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ সহকৰ্মীসকলৰপৰা সামান্য সহযোগিতা পাব ৷ বন্ধু আৰু প্ৰিয়জনক লৈ গৰ্ব কৰিব ৷

মীন ৰাশি: ভাগৰুৱা আৰু মানসিকভাৱে ক্লান্ত অনুভৱ কৰিব ৷ নেতিবাচক আৰু অনাৱশ্যক চিন্তাৰে মনতো পূৰ্ণ হৈ থাকিব ৷ প্ৰতিযোগী আৰু প্ৰতিপক্ষসকলৰ সৈতে বিবাদত লিপ্ত হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.