মেষ ৰাশি : আজি আপোনাৰ প্ৰায় ভাল হʼব ৷ সফলতা লাভ হʼব ৷ ব্যৱসায়ৰ লক্ষ্যত সফল হʼব ৷ বিঘিনিবোৰ আঁতৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷
বৃষ ৰাশি : কর্মৰ প্ৰবল হেঁচা ৷ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ লক্ষ্যত উপনীত হ’বলৈ পৰিশ্ৰম কৰক ৷ বন্ধুৰ বা প্ৰেমিক/প্ৰেমিকাৰ সৈতে পাৰ্টি হʼব পাৰে ৷ দিনটো প্ৰায় ভাল ৷
মিথুন ৰাশি : আজি আপুনি ব্যৱসায়ত ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ নিৰুৎসাহী হৈ পৰিব পাৰে ৷ কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷
ককৰ্ট ৰাশি : আজি আপুনি আৱেগৰ দ্বাৰা প্ৰভাৱিত হ'ব ৷ কৰ্মত বেছি মনোযোগ দিব হʼব, লক্ষ্য সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিব ৷ কৰ্ম জীৱন ভাল ৷
সিংহ ৰাশি : নিজৰ ওপৰত আশ্বাস ৰাখিব ৷ সঠিক মনোবৃত্তি আহৰণৰ যোগেদি সফল হʼব ৷ সহজতে নিৰুৎসাহী হৈ নপৰিব ৷ ব্যৱসায়ত সফলতা লাভ ৷
কন্যা ৰাশি : ভাল বন্ধু লাভ ৷ বহু ব্যক্তি সৈতে সংযোগ হʼব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে আনন্দৰে পৰা হʼব ৷
তুলা ৰাশি : নিজৰ প্ৰতিভা-শিল্প ব্যৱহাৰ কৰক ৷ আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব ৷ ভাগ্য প্ৰায় ভাল ৷ আৰ্থিক ক্ষেত্ৰত শুভ ৷
বৃশ্চিক ৰাশি : দিনটো প্ৰায় আনন্দময় ৷ চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰক ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ কৰ্মক মনোনিৱেশ কৰক ৷ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷
ধনু ৰাশি : ব্যৱসায়িক ক্ষেত্ৰত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ আপুনি নিৰুৎসাহী হৈ পৰিব পাৰে ৷ সক্ৰিয় অনুভৱ কৰিব ৷ যোগ-অনুশীলনৰ ইচ্ছা হʼব পাৰে ৷
মকৰ ৰাশি : খেলিমেলিৰ সৃষ্টি হʼব পাৰে ৷ এলেহুৱা অথবা নিৰুৎসাহী হৈ পৰিব পাৰে ৷ কঠিন ব্যক্তিৰ লগত সংযোগ হʼব পাৰে ৷ কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ কৰ্মত সফলতা লাভ ৷
কুম্ভ ৰাশি : শিক্ষাৰ্থীৰ বাবে শুভ ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ আবেলি আৰাম কৰিব পাৰে ৷ জীৱন ভাল বন্ধুত্বপূৰ্ণ হʼব ৷ প্ৰেমৰ সম্পর্ক উন্নত ৷ পৰিয়ালৰ বাবে ভাল ৷
মীন ৰাশি : খং-ৰাগে জীৱনত প্ৰভাৱ পেলাব পাৰে ৷ পৰচৰ্চাৰ পৰা বিৰত থাকক ৷ কর্মত শান্ত হৈ থাকক ৷ কৰ্মত মন দিলে লক্ষ্যত সফল হʼব ৷