ETV Bharat / bharat

ভাৰতত এদিনত ৩.৮৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 30, 2021, 3:52 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত ৩,৮৬,৪৫২ জন লোক মহামাৰী কৰ'ণাত নতুনকৈ আক্ৰান্ত হৈছে । ইয়াৰ বিপৰীতে ৩,৪৯৮ জন লোকে এই মহামাৰীত প্ৰাণ হেৰুৱাইছে । আনহাতে, ২,৯৭,৫৪০ জন লোক আৰোগ্য হৈ উঠিছে ।

COVID
কৰ'ণা

নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল: সমগ্ৰ দেশ কাল কৰ'ণাৰ গ্ৰাসত । কৰ'ণা ভাইৰাচৰ দ্বিতীয় ঢৌৰ সংক্ৰমণ দ্ৰতগতিত বৃদ্ধি পাবলৈ ধৰিছে । শুকুৰবাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা তথ্য অনুসৰি, যোৱা ২৪ ঘন্টাত ৩,৮৬,৪৫২ জন লোক মহামাৰী কৰ'ণাত নতুনকৈ আক্ৰান্ত হৈছে । বৰ্তমানলৈকে কৰ'ণাত আত্ৰান্তৰ লোকৰ সংখ্যা ১,৮৭,৬২,৯৭৬ লৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, যোৱা ২৪ ঘন্টাত ৩,৪৯৮ জন লোকে প্ৰাণ হেৰুৱাইছে । ফলত নিহত হোৱা লোকৰ সংখ্য়া ২,০৮,৩৩০ জনলৈ বৃদ্ধি পাইছে । আনহাতে, ২,৯৭,৫৪০ জন লোক আৰোগ্য হৈ উঠিছে । দেশত এতিয়ালৈকে মুঠ ৩১,৭০,২২৮ টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: কেৰালাত স্থাপন কৰা হ'ব জিলা-ৰাজ্যিক পৰ্যায়ত অক্সিজেন কক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.