ETV Bharat / bharat

কোন হ'ব পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? পৰামৰ্শ আগবঢ়ালে এছ এ ববডেই

এনভি ৰমনক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিয়োজিত কৰাৰ পৰামৰ্শ ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডেৰ । এই পৰমৰ্শৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে বৰ্তমানৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ।

author img

By

Published : Mar 24, 2021, 1:19 PM IST

এনভি ৰমনক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিয়োজিত কৰাৰ পৰামৰ্শ ববড়েৰ

নেশ্যনেল ডেস্ক, ২৪ মাৰ্চ: পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নিযুক্তি সন্দৰ্ভত বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ ববডেই কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰখনত উল্লেখ কৰা মতে, মুখ্য ন্যায়াধীশ এছ এ ববডেই অৱসৰ গ্ৰহণ কৰাৰ পিছত এনভি ৰমনক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়োৱা হৈছে ।

জানিব পৰা মতে, অহা ৩০ এপ্ৰিলত মুখ্য ন্যায়াধীশ এছ এ ববড়েই অৱসৰ গ্ৰহণৰ সিদ্ধান্ত লৈছে । বিগত সপ্তাহত কেন্দ্ৰীয় চৰকাৰে মুখ্য ন্যায়াধীশ এছ এ ববডেক পৰৱৰ্তী মুখ্য ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত পৰামৰ্শ আগবঢ়াবলৈ কৈছিল । ইয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে মুখ্য ন্যায়াধীশ এছ এ ববডেলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক:ভাৰতত অসম্পূৰ্ণ হৈ আছে ৮৮৮ টাৰো অধিক পথ প্ৰকল্পৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.