ETV Bharat / bharat

7 খনকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলিৰ জাননী কেন্দ্ৰীয় চৰকাৰৰ

author img

By

Published : Oct 11, 2021, 4:35 PM IST

দেওবাৰে 7 খনকৈ উচ্চ ন্যায়ালৰ ন্যায়াধীশক বদলিৰ বাবে জাননী জাৰি কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰণ ৰিজুজুৱে টুইটযোগে সদৰি কৰে এই কথা ৷

center notifies transfer of 7 high court judges
7 খনকৈ উচ্চ ন্যায়ালয়ৰ বিচাৰকক বদলিৰ জাননী কেন্দ্ৰীয় চৰকাৰৰ

নিউজ ডেস্ক, 11 অক্টোবৰ : উচ্চতম ন্যায়ালৰ কলেজিয়ামৰ অনুমোদন সাপেক্ষে কেন্দ্ৰীয় চৰকাৰে 7 খনকৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলি কৰাৰ জাননী প্ৰেৰণ কৰিছে ৷ সেই অনুসৰি-

1. ন্যায়াধীশ ৰঞ্জন গুপ্তাক পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

2. ন্যায়াধীশ টি.এছ শিৱগননাম মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ পৰা কলকাতা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

3. ন্যায়াধীশ সুৰেশ্বৰ ঠাকুৰক হিমাচল প্ৰদেশ উচ্চ ন্যায়ালয়ৰ পৰা পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

4. ন্যায়াধীশ পি বি বজন্থ্ৰীক কৰ্ণাটকৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

5. ন্যায়াধীশ সঞ্জীৱ প্ৰকাশ শৰ্মাক ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পৰা পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

6. ন্যায়াধীশ টি অমৰনাথ গৌড়ক তেলাংগানা উচ্চ ন্যায়ালয়ৰ পৰা ত্ৰিপুৰা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

7. ন্যায়াধীশ সুভাষ চান্দক এলাবাদ উচ্চ ন্যায়ালয়ৰ পৰা ঝাড়খণ্ড উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছে ৷

কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটযোগে বিচাৰকসকলৰ বদলিৰ কথা সদৰি কৰে ৷

যোৱা 5 অক্টোবৰত কেন্দ্ৰই 15 গৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলিৰ জাননী প্ৰেৰণ কৰিছিল ৷ 9 অক্টোবৰত কেন্দ্ৰই 13 খন উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তিৰ জাননী জাৰি কৰিছিল ৷

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় শিশু কন্যা দিৱস : গ্ৰামাঞ্চলত এতিয়াও চলি আছে বাল্য বিবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.