ETV Bharat / bharat

উত্তৰ প্ৰদেশ ৱাকাফৰ সম্পত্তিৰ অবৈধ বিক্ৰীৰ তদন্ত চিবিআইক অৰ্পন - অবৈধ ক্ৰয়-বিক্ৰয় আৰু হস্তান্তৰ

চিবিআইক অৰ্পন এলাহাবাদ আৰু কানপুৰৰ ৱাকাফ সম্পত্তিৰ অবৈধ ক্ৰয়-বিক্ৰয় আৰু হস্তান্তৰৰ তদন্তৰ দায়িত্ব ৷ উত্তৰ প্ৰদেশ ছিয়া ৱাকাফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজবিৰ বিৰুদ্ধে গোচৰ ৰুজু ৷

প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজবিৰ বিৰুদ্ধে গোচৰ ৰুজু
উত্তৰ প্ৰদেশ ৱাকাফৰ সম্পত্তিৰ অবৈধ বিক্ৰীৰ তদন্ত চিবিআইক অৰ্পন
author img

By

Published : Nov 20, 2020, 11:21 AM IST

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : চিবিআইক অৰ্পন কৰা হৈছে এলাহাবাদ আৰু কানপুৰৰ ৱাকাফ সম্পত্তিৰ অবৈধ ক্ৰয়-বিক্ৰয় আৰু হস্তান্তৰৰ তদন্তৰ দায়িত্ব ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে উত্তৰ প্ৰদেশ ছিয়া ৱাকাফ বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৱাছিম ৰিজবিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি এক সূত্ৰত প্ৰকাশ ৷

উল্লেখ্য যে, এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত ৰিজবি আৰু অন্যন্য লোকৰ বিৰুদ্ধে 2016 চনত এলাহাবাদ আৰু 2016 চনত লক্ষ্নৌ আদালতত দুখনকৈ গোচৰ ৰুজু কৰা হৈছিল ৷ ৰাজ্য চৰকাৰে এই দুই গোচৰ সম্পৰ্কত যোৱা বছৰেই উল্লেখ কৰিছিল ৷

বুধবাৰে কেন্দ্ৰই এই গোচৰৰ তদন্তৰ বাবে চিবিআইক দায়িত্ব অৰ্পন কৰে ৷ 2016 চনত ইমামবাৰা গুলাম হাইদৰত অবৈধ দোকানঘৰ নিৰ্মাণ আৰু ভূমি বেদখল সম্পৰ্কত এলাহাবাদ গোচৰ আৰু 2009 চনৰ কানপুৰৰ স্বৰূপ নগৰৰ ভূমি বেদখল সম্পৰ্কত লক্ষ্নৌ আদালতৰ এই গোচৰত উল্লেখ কৰা হৈছে ৷

লগতে পঢ়ক : আত্মৰক্ষাৰ প্ৰশিক্ষণৰ আহ্বান জনাই প্ৰধনমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কণমানি ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.