ETV Bharat / bharat

কেন্দ্ৰীয় বাজেটক কৃষক বিৰোধী বুলি আখ্যা দিলে কোনে ? - চিপিএম নেতা

কেন্দ্ৰীয় বাজেটক কৃষক আৰু গ্ৰাম্য জনসাধাৰণৰ বাবে বঞ্চনাৰ দস্তাবেজ বুলিও অভিহিত কৰে অখিল ভাৰতীয় কৃষক সভা ত্ৰিপুৰা ৰাজ্যিক গোটৰ নৱ নিৰ্বাচিত সভাপতি পবিত্ৰ কৰে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে বাজেটক প্ৰশংসা কৰাকলৈও আশ্চৰ্য প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

budget-against-farmers-allages-tripura-aiks-chief
কেন্দ্ৰীয় বাজেটক কৃষক বিৰোধী বুলি আখ্যা দিলে কোনে ?
author img

By

Published : Feb 2, 2021, 9:58 PM IST

আগৰতলা, 2 ফেব্ৰুৱাৰী : চিপিএম নেতা আৰু অখিল ভাৰতীয় কৃষক সভা ত্ৰিপুৰা ৰাজ্যিক গোটৰ নৱ নিৰ্বাচিত সভাপতি পবিত্ৰ কৰে মঙলবাৰে কৃষকসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় বাজেট বুলি মন্তব্য কৰে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে বাজেটক প্ৰশংসা কৰাকলৈও আশ্চৰ্য প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷

অখিল ভাৰতীয় কৃষক সভা ত্ৰিপুৰা ৰাজ্যিক গোটৰ নৱ নিৰ্বাচিত সভাপতি পবিত্ৰ কৰে কয় যে, " বাজেটত ত্ৰিপুৰাৰ বাবে কোনো বিশেষ আঁচনি নাই । ৰাজ্যবোৰ নিৰ্বাচনমুখী হোৱাৰ বাবে অসম আৰু পশ্চিম বংগৰ বাবে কিছুমান বিশেষ আঁচনি ঘোষণা কৰা হৈছে । এই বাজেটৰ বাবে কৃষি খণ্ডই আগন্তুক দিনবোৰত এটা ডাঙৰ আঘাতৰ সন্মুখীন হ'ব ৷ "

তদুপৰি নেতাগৰাকীয়ে কেন্দ্ৰীয় বাজেটক কৃষক আৰু গ্ৰাম্য জনসাধাৰণৰ বাবে বঞ্চনাৰ দস্তাবেজ বুলিও অভিহিত কৰে ৷

লগতে পঢ়ক: ১৮ ফেব্ৰুৱাৰীৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ’ব ৰামোজী ফিল্ম চিটি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.