ETV Bharat / bharat

জম্মু আৰু কাশ্মীৰৰ সীমান্তত সুৰংগ আৱিস্কাৰ - bsf detects cross border tunnel in jammu and kashmir

জম্মু আৰু কাশ্মীৰ সীমান্তৰ কথুৱা জিলাত আৱিস্কাৰ হৈছে এটা সুৰংগ ৷ বিএচএফ জোৱানৰ অভিযানত সুৰংগটো আৱিস্কাৰ হৈছে ৷ বুধবাৰে বিএচএফ জোৱানৰ অভিযানত কথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ তলত সুৰংগটো আৱিস্কাৰ হৈছে ৷ সন্ত্ৰাসবাদীৰ অবৈধ অনুপ্ৰৱেশৰ সুবিধাৰ্থে সুৰংগটো তৈয়াৰ কৰাৰ সন্দেহ ৷

BSF detects cross-border tunnel
জম্মু আৰু কাশ্মীৰৰ সীমান্তত সুৰংগ আৱিস্কাৰ
author img

By

Published : Jan 13, 2021, 4:11 PM IST

নেচনেল ডেস্ক, 13 জানুৱাৰী: জম্মু আৰু কাশ্মীৰৰ কথুৱা জিলাত এটা সুৰংগ আৱিস্কাৰ হোৱাৰ হৈছে ৷ বুধবাৰে জম্মু আৰু কাশ্মীৰৰ কথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰ তলত বিএচএফ (বৰ্ডাৰ চিকিউৰিটি ফৰ্চ) ৰ জোৱানে এই সুৰংগটো প্ৰত্যক্ষ কৰে ৷

উক্ত সুৰংগটো সন্ত্ৰাসবাদী সকলৰ অবৈধ অনুপ্ৰৱেশৰ বাবে সীমাত তৈয়াৰ কৰা হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে বুধবাৰে পুৱা ববিয়ান গাঁৱত বিএচএফৰ সৈন্যই চলোৱা এক অভিযানৰ সময়ত সুৰংগটো প্ৰত্যক্ষ কৰে ৷

এই খবৰ আহি পৰাৰ লগে লগে বিএচএফ ৰ শীৰ্ষ বিষয়া তথা আৰক্ষী বিষয়া সকল ঘটনাস্থলীলৈ বুলি ততাতৈয়াকৈ ৰাওনা হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:পাটনাৰ ইণ্ডিগ’ বিমানবন্দৰৰ মেনেজাৰক গুলিয়াই হত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.